• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলাদিত্যৰ মন্তব্যই বিভেদ আনিছে বিজেপিৰ সংখ্যালঘু মৰ্চাত : মুমিনুল আৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 7, 2018 12:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবে ধাৰাবাহিকভাৱে কৰি অহা মুছলমান বিদ্বেষী মন্তব্যই এইবাৰ বিপাঙত পেলাইছে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাক। এই কথা জানিবলৈ দিয়ে বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক তথা বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে।

উল্লেখযোগ্য যে মঙলবাৰে দিচপুৰ লাষ্টগেটস্থিত গড়কপ্তানি বিভাগৰ সংৰক্ষণ কেন্দ্ৰত অনুষ্ঠিত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সভাত নিজৰ ভাষণত মুখপাত্ৰ গৰাকীয়ে শিলাদিত্য দেবৰ বিতৰ্কিত মন্তব্যৰ প্ৰসংগতো উত্থাপন কৰে।

Apply Now

ভাষণ প্ৰসংগত মুমিনুল আৱালে শিলাদিত্য দেবৰ মন্তব্যই সংখ্যালঘু মৰ্চাৰ মাজত এক বিভেদ সৃষ্টি কৰিছে তথা অসন্তুষ্টি ব্যক্ত কৰা বুলি সদৰী কৰে।

তেওঁ লগতে শিলাদিত্য দেৱক সকীয়নি দি কয় ‘শিলাদিত্য দেৱে বিভিন্নসময়ত সংখ্যালঘুৰ বিপক্ষে মন্তব্য দাঙি ধৰে। শিলাদিত্য দেবে বাংলাদেশী মুছলমানৰ বিৰুদ্ধে মাত মাতে যদিও এটা কথা ঠিক যে সঁচা কথা ক’লেও যি টি মঞ্চত যি টি কথা ক’ব নালাগে।’ লগতে তেওঁৰ মন্তব্যই যাতে সমাজত বিশৃংখলতা নানে তাৰ বাবেও মুখপাত্ৰ গৰাকীয়ে শিলাদিত্য দেবলৈ আহ্বান জনায়।

আনহাতে একেখন সভাতে ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ উপ-সভাপতি তৌফিক ৰহমানেও নিজৰ ভাষণ প্ৰসংগত শিলাদিত্য দেবৰ মন্তৱ্যৰ বিৰোধিতা কৰে।

তেওঁ কয় ‘তেওঁ এগৰাকী সাধাৰণ বিধায়ক। বিধায়ক হিচাপে সাধাৰণ মানুহে জিকাইছে, তেওঁক দলে বিধায়ক বনাইছে, গতিকে দলৰ ঊৰ্ধ্বত গৈ তেওঁ ইমানখিনি কথা ক’ব নোৱাৰে।

তাৰোপৰি উপসভাপতি গৰাকীয়ে শিলাদিত্য দেবৰ বিতৰ্কিত মন্তব্যৰ ওপৰত কয় যে, ‘দুই এজন বিকৃত মস্তিষ্কৰ মানুহে এইদৰে মন্তব্য কৰি থাকিলেও তেওঁলোকৰ কথালৈ আওকাণ কৰি থাকিব লাগে, বিশেষ গুৰুত্ব দিব নালাগে।‘

মনকৰিব লগীয়া যে বিতৰ্কিত তথা প্ৰৰোচনামূলক মন্তব্য কৰা বুলি অভিযোগ তুলি ইতিমধ্যে আলফা নেতা জীতেন দত্ত আৰু মৃণাল হাজৰিকাক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰা হ’ল। কিন্তু ইয়াৰ বিপৰীতে বৰ্তমানলৈকে বিজেপিৰ বিতৰ্কিত বিধায়ক গৰাকীক গ্ৰেপ্তাৰ নকৰাটোৱে বিজেপি দলৰ স্বৈৰাচাৰিতা প্ৰকাশ পাইছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd