DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গোলাঘাটৰ জামুগুৰি থানাত উত্তপ্ত পৰিস্থিতি; আৰক্ষীক প্ৰহাৰ স্থানীয় ৰাইজৰ

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
August 1, 2021 6:51 am
Public attack police in Golaghat

ফটো: নৰ্থইষ্ট নাও।

359
VIEWS
Share on FacebookShare on Twitter

অবৈধ মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱা সময়তে গোলাঘাটত সংঘটিত হৈছে আৰক্ষীৰ ওপৰত আক্ৰমণৰ  ঘটনা।

গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ সান্যালক উত্তেজিত জনতাই আক্ৰমণ কৰে।

খৱৰ অনুসৰি শনিবাৰে বিয়লি ভাগত জামুগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে আৰক্ষীৰ এটা দল লৈ জামুগুৰিৰ টাঙোন হোলা গাওঁত চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ গৈছিল।

ঠিক সেই মুহূৰ্ততে দলৌজান গেলাপানী গাঁৱৰ মনোজ পানেকাৰ নামৰ যুৱকজনে  সমগ্র ঘটনাটো ম’বাইলেৰে  ভিডিঅ’ কৰি আছিল।

সেই ভিডিঅ’ কৰাক কেন্দ্ৰ কৰি আৰক্ষীৰ লোকে স্থানীয় এজন যুৱকক প্ৰহাৰ কৰে। যুৱক জনক প্ৰহাৰ কৰাক কেন্দ্ৰ কৰিয়েই উত্তেজিত হৈ পৰা একাংশ লোকে আৰক্ষী বিষয়াজনৰ ওপৰত জপিয়াই পৰে।

কেৱল ইয়াতেই ক্ষান্ত নাথাকি উত্তেজিত ৰাইজে আৰক্ষীৰ বাহনখনো ক্ষতিগ্ৰস্ত কৰি জামুগুৰি থানা ঘেৰাও কৰে।

ৰাইজৰ অভিযোগ যে, জামুগুৰি থানাৰ অ’চি জনে প্ৰায়ে গাওঁ খনৰ যুৱক সকলৰ ম’বাইল ফ’ন সমূহ কাঢ়ি লৈ আনে আৰু আনিবলৈ গ’লে ধন দাবী কৰে।

এনেকৈ কোনো অপৰাধ নকৰাকৈ এজন নিৰীহ ল’ৰাক প্ৰহাৰ কৰাৰ অধিকাৰ আৰক্ষীক কোনে দিলে বুলিও প্ৰশ্ন তোলে উত্তেজিত ৰাইজে।

ইতিমধ্যে জামুগুৰি থানাত আৰক্ষীৰ শীৰ্ষ বিষয়াৰ এটা দল আহি উপস্থিত হৈ  সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Recent News

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

মণিপুৰৰ নোনিত ভয়াৱহ ভূমিস্খলন: দুই সেনা জোৱানসহ ছয় গৰাকীৰ মৃত্যু, কেইবাগৰাকীও সন্ধানহীন

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

AASU protest: ৰাজ্যৰ বানপানী সমস্যাকলৈ বিশ্বনাথত আছুৰ বিক্ষোভ; আৰক্ষী প্ৰশাসনৰ বাধা

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

Cotton University: কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ বিজেপিত যোগদান

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd