DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষ্ণাইত অপহৰণকাৰীৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিলে উত্তেজিত জনতাই, আৰক্ষীৰো গুলীচালনা

নীলমণি শৰ্মা ,কৃষ্ণাই by নীলমণি শৰ্মা ,কৃষ্ণাই
November 13, 2021 3:46 pm
169
VIEWS
Share on FacebookShare on Twitter

কৃষ্ণাইৰ পেটকটাত সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ ৷

অপৰাধীৰ ঘৰ ভাঙি লণ্ড-ভণ্ড কৰিলে স্থানীয় ৰাইজে ৷

পেটকটা অঞ্চলৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে নিশা চাৰিটা অপহৰণকাৰীক আটক কৰিছিল ৷ আৰক্ষীৰ বেহু ভেদি পলাবলৈ চেষ্টা কৰা বাবে গুলীচালনা কৰিছিল আৰক্ষীয়ে ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে কৃষ্ণাইৰ পৰা লক্ষীপুৰ বগুৱানৰ এগৰাকী ব্যৱসায়ীক অপহৰণ কৰিছিল দুৰ্বৃত্তই।

অপহৃতক উদ্ধাৰ আৰু অপহৰণকাৰীক কৰায়ত্ত কৰাৰ বাবে গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক মৃনাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কৃষ্ণাইৰ পেটকটাত অভিযান চলাই চাৰিটা অপহৰণকাৰীক আটক কৰে ৷

অপৰাধী কেইটা পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে কেইবা জাঁই গুলীচালনাও কৰে ৷

ইফালে অপহৰণকাৰী দলটো আশ্ৰয় লৈ থকা পেটকটাৰ চমেশ আলীক নিশা আৰক্ষীয়ে আটক কৰে ৷

আনহাতে চমেশ আলীও এই অপহৰণকাৰী দলটোৰ লগত জড়িত বুলি দাবী কৰি স্থানীয় লোকে উত্তেজিত হৈ চমেশ আলীৰ ঘৰটো ভাঙি লণ্ড-ভণ্ড কৰে ৷

ঘৰৰ সকলো সা-সম্পত্তি, আচবাব ভাঙি তচনচ কৰে ৰাইজে ৷

ৰাইজৰ দাবী অপৰাধীক গাঁৱত স্থান দিব নোৱাৰি যাৰ বাবে ৰাইজে ওলাই আহি এই কাৰ্য সংঘটিত কৰে ৷

আনহাতে অপহৃত ৰবিউল আলমক আৰক্ষীয়ে এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷

Recent News

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd