• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ ৰাইজক জানি বুজি আৰ্চেনিকযুক্ত পানী খুৱাইছে জনস্বাস্থ্য কাৰিকৰী বিভাগে : যুৱ মঞ্চ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 23, 2019 6:21 pm
Asomiya yuba mancha

গুৱাহাটীত দেওবাৰে অসমীয়া যুৱ মঞ্চৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিভিন্ন স্থানত আৰ্চেনিকে ভয়াৱহ ৰূপ লোৱাৰ সময়তে মন্ত্ৰী ৰিহন দৈমাৰীৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বাক্সা জিলাৰ ৰাইজক সকলো জানি বুজি বৰবিহ সদৃশ আৰ্চেনিকযুক্ত পানী খুৱাই থকাৰ গুৰুতৰ অভিযোগ আনিছে অসমীয়া যুৱ মঞ্চই।

সংগঠনটোৱে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ উত্থাপন কৰিছে।

Apply Now

সংগঠনটোৰ প্ৰধান সম্পাদক জিতুল ডেকাই জানিবলৈ দিয়া মতে ২০১৮ চনৰ ১১ ডিচেম্বৰত বিটিচিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে জিলাখনত ২ কোটি ২৫ লাখ টকা ব্যয় সাপেক্ষে ৫০০ টা তাৰা পাম্প স্থাপনৰ বাবে ৱৰ্ক অৰ্ডাৰ দিছিল। এই কাম ৰূপায়ণ কৰিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাক্সা সংমণ্ডলে।

একেটা দিনতেই ৫ টা ৱৰ্ক অৰ্ডাৰ যোগে সুধাং কুমাৰ ব্ৰহ্ম নামৰ এজন ঠিকাদাৰকেই সমগ্ৰ কামৰ ঠিকা দিয়া হৈছিল।

তাৰা পাম্প স্থাপন কৰিবলগীয়া ঠাই সমুহ আছিল জালাহ, বাক্সা, ধমধমা, গোৱৰ্ধনা, তামুলপুৰ, নাগ্ৰিজুলী আৰু গোৰেশ্বৰ।

কিন্তু আশ্বৰ্যজনক কথাটো হ’ল বিভাগীয় মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ২০১৮ চনৰ ৪ ‍অক্টোবৰত অসম বিধান সভাত বাক্সা জিলাকে ধৰি ৰাজ্যৰ ২৪ খন জিলাৰ ভূগৰ্ভস্থ পানীত আৰ্চেনিক থকাৰ কথা প্ৰকাশ কৰিছিল।

তাৰ পাছতো বিভাগটোৱে তাৰা পাম্প স্থাপন কৰাক লৈ অসমীয়া যুৱ মঞ্চই প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কাৰণ তাৰা পাম্পেৰে শোধন নোহোৱাকৈ অহা আৰ্চেনিকযুক্ত পানী এতিয়া বাক্সাৰ ৰাইজে খাবলগীয়া হৈছে।

ইপিনে, পূৰ্বতে তাৰা পাম্প স্থাপন কৰা স্থানতেই এতিয়া আকৌ জনস্বাস্থ্য কাৰিকৰী বিভাগে National Water Quality Submission ৰ অধীনত ৪৫ টা আৰ্চেনিক পৰিশোধন আঁচনি (Arsenic Mitigation Scheme)ৰ ৰূপায়নৰ বাবে নিবিদা প্ৰকাশ কৰিছে। অৰ্থাৎ এই আঁচনিৰ জৰিয়তে আৰ্চেনিক পৰিশোধন কৰিব।

তদুপৰি, সংগঠনটোৱে জানিবলৈ দিয়ামতে পূৰ্বতে বাক্সাত তাৰা পাম্প স্থাপন কৰা আৰু আৰ্চেনিক পৰিশোধনৰ আঁচনি লোৱা দুয়োটা কামৰ বিভাগীয় কাৰ্য্যবাহী অভিযন্তা গৰাকী হ’ল বি এম ৰায়।

সংগঠনটোৰ অভিযোগ মতে জনস্বাস্থ্য কাৰিকৰী বিভাগে ২ কোটি ২৫ লাখ টকা ব্যয় কৰি আৰ্চেনিক থকা স্থানত তাৰা পাম্প স্থাপন কৰাৰ পাছত এইবাৰ ১৮০ কোটি টকা ব্যয় কৰি আৰ্চেনিক মুক্ত কৰিব ওলাইছে।

এইদৰে আৰ্চেনিকযুক্ত পানী খুৱাই ধন লুন্ঠন কৰাৰ পাছত এইবাৰ আৰ্চেনিকমুক্ত কৰাৰ নামত ধন লুন্ঠনৰ চক্ৰান্ত কৰিছে বুলিও সংগঠনটোৱে অভিযোগ কৰে।

সংগঠনটোৰ প্ৰধান সম্পাদক জনৰ অভিযোগ, “মন্ত্ৰী ৰিহণ দৈমাৰী আৰু তেওঁৰ কেইজনমান বিশ্বাসী দুৰ্নীতিগ্ৰস্ত অভিযন্তা-ঠিকাদাৰে মিলি বিভাগটোক এতিয়া চৰকাৰী পুঁজি লুন্ঠনৰ আহিলাত পৰিণত কৰিছে।”

এই সমগ্ৰ ঘটনাৰ এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ বাবে সংগঠনটোৱে মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm
৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

৩৬ বছৰৰ পিছত পুনৰ চৰ্চাত সাৰলা ভাটৰ নৃশংস হত্যাকাণ্ড : ১৯৯০ত উগ্ৰপন্থীৰ ধৰ্ষণ-হত্যাৰ বলি হৈছিল চিকিৎসাকৰ্মী গৰাকী

September 4, 2026 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd