• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদ্যপ্ৰয়াত সুকবি পাপৰি লাহন দিহিঙ্গীয়ালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি মাৰ্ঘেৰিটাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ

NE NOW NEWS মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটা , December 21, 2020 8:04 pm

1 min read

FB_IMG_1608559523276
210
VIEWS
Share on FacebookShare on Twitter

সদ্যপ্ৰয়াত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এগৰাকী সম্ভাৱনাময় কবি, শিক্ষয়িত্ৰী পাপৰি লাহন দিহিঙ্গীয়াৰ আজি আদ্যশ্ৰাদ্ধৰ দিনা তেওঁৰ বাসগৃহত এটি স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থা, মাৰ্ঘেৰিটা শাখা সাহিত্য সভা, মাৰ্ঘেৰিটা শাখা কবি সন্মিলন আৰু পাটকাই কবি চক্ৰৰ যুটীয়া উদ্যোগত অনুষ্ঠিত সদ্যপ্ৰয়াত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এগৰাকী সম্ভাৱনাময় কবি, শিক্ষয়িত্ৰী পাপৰি লাহন দিহিঙ্গীয়াৰ স্মৃতিচাৰণ অনুষ্ঠান উপলক্ষে অনুষ্ঠিত সভাৰ আঁত ধৰে ৰাণাজ্যোতি নেওগে।

অনুষ্ঠানত দেৱজিৎ বৰুৱা, অশ্বিনী গগৈ, ৰামপ্ৰসাদ আম্বেদকাৰ, সুনীল গুৰুং আৰু  বন্দনা দাস  দত্তই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি বক্তব্য ডাঙি ধৰে।

এই অনুষ্ঠানতে ৰাণাজ্যোতি নেওগ মুখ্য সম্পাদক, মনজিৎ ৰাজখোৱা বৰ্ণালী গগৈ সম্পাদক হিচাপে দ্বায়িত্বৰত পাপৰিৰ সুবাস নামেৰে এখন স্মৃতিগ্ৰন্থ  উন্মোচন কৰা হয়।

উল্লেখ্য যে বিদ্যালয়লৈ গৈ থকা অৱস্থাত ১০ ডিচেম্বৰত মটৰ চাইকেলৰ পৰা পৰি দুৰ্ঘটনাগ্ৰস্ত হৈ ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত নাৰ্চিং হোমত ১১ ডিচেম্বৰ দিনা পাপৰি লাহন দিহিঙ্গীয়াৰ মৃত্যু হৈছিল।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd