• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এমাজনৰ পৰা ক্ৰয় কৰা হৈছিল পুলৱামা আক্ৰমণৰ বিস্ফোৰক : পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 9, 2025 12:30 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনত পুলৱামা আৰু ২০২২ চনত গোৰখপুৰ মন্দিৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণকে ধৰি ভাৰতৰ মাটিত হোৱা কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত বিস্ফোৰক সামগ্ৰী ক্ৰয় কৰা হৈছিল অনলাইন বাণিজ্যিক পৰ্টেল এমাজনৰ পৰা।

ভাৰতৰ মাটিত একাধিক সন্ত্ৰাসবাদী আক্ৰমণত ই-কমাৰ্চ কোম্পানী আমাজনৰ পৰা বিস্ফোৰক ক্ৰয় কৰিছিল সন্ত্ৰাসবাদীয়ে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সংস্থা ফাইনেন্সিয়েল একচন টাস্ক ফ’ৰ্চ চমুকৈ ফাটাই এনে চাঞ্চল্যকৰ তথ্য ৰাজহুৱা কৰিছে।

Apply Now

ফাটাৰ প্ৰতিবেদনত কোৱা হৈছে, ‘ইতিমধ্যে এই আক্ৰমণত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদ জড়িত বুলি জানিব পৰা গৈছে। তদন্তত পোহৰলৈ আহিছে যে সীমান্তৰ সিপাৰৰ পৰা ভাৰতলৈ বৃহৎ সংখ্যক আই ই ডি বিস্ফোৰক সৰবৰাহ কৰা হৈছিল। এলুমিনিয়ামৰ পাউদাৰে এই বোমাবোৰক আৰু অধিক মাৰাত্মক কৰি তোলে। সন্ত্ৰাসবাদীয়ে সেই পাউদাৰ ই-কমাৰ্চ কোম্পানী আমাজনৰ পৰা কিনিছিল।‘

কেৱল সেয়াই নহয়, গোৰখপুৰ মন্দিৰত সন্ত্ৰাসবাদী আক্ৰমণত ব্যৱহৃত বিস্ফোৰক সামগ্ৰীও এই ই-কমাৰ্চ চাইটৰ পৰা ক্ৰয় কৰা হৈছিল।

সংস্থাটোৱে দাবী কৰিছে যে সন্ত্ৰাসবাদীয়ে নিজৰ নাম আৰু ঠিকনা লুকুৱাই ৰাখি অনলাইন অৰ্ডাৰ দিবলৈ ভিপিএন ব্যৱহাৰ কৰিছিল। ইয়াত পেইপিএলৰ জৰিয়তে পেমেণ্ট কৰা হৈছিল। এই পেমেণ্ট মোডত বিদেশী একাউণ্টৰ পৰা প্ৰায় ৬ লাখ ৭০ হাজাৰ টকা প্ৰেৰণ কৰা হৈছিল।

তদন্তত দাবী কৰা হৈছে যে ভিপিএন সেৱা ক্ৰয়ৰ বাবে মুঠ ৪৪টা আন্তঃৰাষ্ট্ৰীয় লেনদেন কৰা হৈছিল। বিদেশী একাউণ্টৰ পৰা এই সন্দেহজনক লেনদেনৰ বাবে পেইপিএল একাউণ্টো স্থগিত ৰখা হৈছিল।

প্ৰতিবেদনত লগতে কোৱা হৈছে যে কিছুমান দেশৰ চৰকাৰে আৰ্থিকভাৱে, প্ৰশিক্ষণৰ জৰিয়তে আৰু ব্যৱসায়িকভাৱে সন্ত্ৰাসবাদী সংগঠনক সহায় কৰিছে। যেনে, কোনো এখন দেশৰ পৰা তেল পঠোৱা হৈছে, আন এখন দেশত সোণলৈ ৰূপান্তৰ কৰা হৈছে, আন এখন দেশত নগদ ধনলৈ ৰূপান্তৰ কৰা হৈছে। তেনেদৰে সন্ত্ৰাসবাদী সংগঠনৰ ওচৰলৈ সাহায্য পঠোৱা হৈছে।

সন্ত্ৰাসবাদক লৈ উদ্বেগ প্ৰকাশ কৰি ফাটাই কয় যে চিন্তনীয় কথাটো হ’ল এতিয়া সন্ত্ৰাসবাদী সংগঠনসমূহে আগৰ দৰে কাম কৰা নাই। তেওঁলোকৰ পদ্ধতি সলনি হৈছে। সৰু সৰু গোটত বিভক্ত হৈ নিজৰ নিজৰ অঞ্চলত কাম কৰি আছে। উদাহৰণস্বৰূপে, আগতে আল কায়দাই তেওঁলোকৰ সকলো সিদ্ধান্ত কেন্দ্ৰীয় সমিতি ‘মজলিছ আল শ্বুৰা’ৰ জৰিয়তে লৈছিল যদিও এতিয়া তেওঁলোকে বিভিন্ন অঞ্চলৰ গোটক দায়িত্ব দিছে। ভাৰতত সন্ত্ৰাসবাদ বিয়পোৱাৰ বাবে কাম কৰা তেওঁলোকৰ গোটটোৰ নাম ‘ভাৰতীয় উপমহাদেশৰ আল কায়দা’ (AQIS) বুলি জানিব পৰা গৈছে।

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd