• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্জাৱত ৰাজ্যসভাৰ পাঁচোখন আসনতে বিনাযুদ্ধে বিজয়ী আম আদমী পাৰ্টীৰ প্ৰাৰ্থী

নিশ্চিত পৰাজয়ৰ আশংকাত প্ৰাৰ্থী দিবলৈ সাহস নকৰিলে বিৰোধীয়ে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
March 25, 2022 12:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱত প্ৰথমবাৰৰ বাবে বিৰোধীয়ে ৰাজ্যসভাৰ কেউখন আসন শাসকীয় আম আদমী পাৰ্টীক এৰি দিবলগীয়া হয়।

৩১ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য খনৰ ৰাজ্যসভাৰ আসন কেইখনৰ বাবে বিজেপি, কংগ্ৰেছ আদি কোনো দলেই প্ৰাৰ্থী দিব নোৱাৰিলে।

Apply Now

আপৰ আধিপত্যৰ বাবেই নিশ্চিত পৰাজয়ৰ উমান পায়েই কোনো দলে এইবাৰ পঞ্জাৱত ৰাজ্যসভাৰ আসনত প্ৰাৰ্থী দিয়াৰ পৰা বিৰত থাকিল।

ফলত আম আদমী পাৰ্টী পাঁচোগৰাকী ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীয়েই বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত কৰা হৈছে। আজি নিৰ্বাচন আয়োগে এই কথা সদৰী কৰিছে।

আম আদমী পাৰ্টীয়ে ৰাজ্য খনৰ পাঁচ খন ৰাজ্য সভাৰ আসনৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ হৰভজন সিং, দলৰ নেতা ৰাঘৱ চাধা, লাভলী প্ৰফেছনেল বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক অশোক মিত্তাল, আইআইটি দিল্লীৰ অধ্যাপক সন্দীপ পাঠক আৰু উদ্যোগপতি সঞ্জীৱ অৰোৰাক মনোনীত কৰিছিল।

ৰিটাৰ্ণিং বিষয়া সুৰিন্দৰ পালে আপৰ পাঁচোজন প্ৰাৰ্থী ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ কথা ঘোষণা কৰে।
ইয়াৰ পূৰ্বে পঞ্জাৱৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত পাঁচজন ৰাজনীতিক কেইগৰাকী আছিল ক্ৰমে সুখদেৱ সিং ধিন্দচা (এছএডি), নৰেশ গুজৰাল (এছএডি), পাৰ্থপ সিং বাজৱা (কংগ্ৰেছ), চমছেৰ সিং দুলো (কংগ্ৰেছ) আৰু শ্বেত মালিক (বিজেপি)ৰ কাৰ্যকাল ৯ এপ্ৰিলত অন্ত পৰিব।

উল্লেখ্য চাৰিখনকৈ ৰাজ্যত বিজেপিৰ বিজয়ৰ পৰিৱৰ্তে বিৰোধীক ধূলিস্যাৎ কৰি নিৰকুংশ বিজয়েৰে পঞ্জাৱ দখল কৰিবলৈ সক্ষম হৈছিল আম আদমী পাৰ্টীয়ে।

যোৱাটো কাৰ্যকালত বিৰোধীৰ আসনত থকা আপে এইবাৰ চমকপ্ৰদ উত্থানেৰে ১১৭ খন আসনৰ পঞ্জাৱ বিধানসভাত ৯২ খন আসনতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়।

নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ পৰিৱৰ্তে কৰ্মময় ৰাজনীতিৰ এক নতুন ধাৰা গঢ়ি তোলা অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে দিল্লীৰ পিছতে দ্বিতীয় খন ৰাজ্য হিচাপে পঞ্জাৱত বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হৈছে।

আনহাতে ৰাজ্যখনত পূৰ্বৰ ক্ষমতাত থকা দল কংগ্ৰেছ এইবাৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। আভ্যন্তৰীণ কন্দলে জুৰুলা কৰা কংগ্ৰেছে নিৰ্বাচনত সম্পূৰ্ণৰূপে মুখথেকেচা খায়।

শেহতীয়া নিৰ্বাচনত ৰাজ্যখনৰ বিদায়ী মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং চন্নী, প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী নৱজোৎ সিং সিদ্ধুৰ লগত প্ৰাক্তন মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং, প্ৰকাশ সিং বাদলৰ দৰে হাইপ্ৰফাইল নেতাই পৰাজয় বৰণ কৰিবলগীয়া হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd