• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ ধৰ্ণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 28, 2020 4:25 pm

1 min read

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙৰ ধৰ্ণা
208
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ সময়তে আজি পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙেও এই আইনৰ বিৰুদ্ধে ধৰ্ণাত বহে।

এই শান্তিপূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ছহিদ ভগৎ সিঙৰ পিতৃৰ গাঁও খটকৰ কলনত অনুষ্ঠিত হৈছিল।

মুখ্য মন্ত্ৰী সিঙে এই কৃষক বিৰোধী আইনৰ তীব্ৰ বিৰোধিতা কৰি আজি এটা টুইটো কৰে।

টুইটোত তেওঁ কয় যে বিজেপি চৰকাৰে অনা কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মোৰ লগতে পঞ্জাৱ এন চি পিৰ নেতৃত্বই ছহিদ ভগৎ সিং নগৰৰ খটকৰ কলনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছো।

এই আইনে কৃষক সকলক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী সিঙে কয় যে আমি পঞ্জাৱৰ কৃষকৰ সৈতে আছো আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে সকলো কৰিম।

বিতৰ্কিত কৃষি আইনক লৈ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশতো প্ৰতিবাদ হোৱাৰ সময়তে নিজৰ মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত পঞ্জাৱৰ তিনিগৰাকী বিজেপি নেতাই দল ত্যাগ কৰাৰ লগতে ইতিমধ্যে NDA এৰিছে শিৰোমণি আকালি দলে।

আকালি দলৰ নেতা সুখবীৰ সিং বাদলে শনিবাৰে এই কথা ঘোষণা কৰে।

উল্লেখ্য যে ২৭ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে ৰাষ্ট্ৰপতিয়ে বিধেয়ক তিনিখনত স্বাক্ষৰ কৰাৰ লগে লগে তিনিওখন কৃষি বিধেয়ক আইনত পৰিণত হ’ল।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd