• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ডিচেম্বৰ মাহত খোল খাব পুৰীৰ জগন্নাথ মন্দিৰৰ দুৱাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 2:05 pm

1 min read

a puri-temple-temple
160
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ দিনৰে পৰা অৰ্থাৎ মাৰ্চ মাহৰ পৰাই বন্ধ হৈ থকা পুৰীৰ জগন্নোথ মন্দিৰৰ দুৱাৰ চলিত বর্ষৰ ডিচেম্বৰ মাহত খোল খোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

আজি জগন্নাথ মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে।তেওঁ কয় যে সকলো ঠিকে ঠাকে থাকিলে ডিচেম্বৰ মাহৰ তৃতীয় সপ্তাহত জগন্নাথ মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হব।

উল্লেখ্য জগন্নাথ মন্দিৰৰ দুৱাৰ বন্ধ হৈ পৰাৰ ফলত মন্দিৰৰ সৈতে জৰিত হাজাৰ হাজাৰ লোকৰ জীৱিকালৈ ভয়াৱহ দুৰ্যোগ নামি আহিছে।

সেই বাবেই ওড়িশা বিধান সভাৰ মজিয়াত কংগ্ৰেছ- বিজেপি উভ. দলৰ বিধায়কসকলে শীঘ্ৰে জগন্নাথ মন্দিৰ খুলি দিয়াৰ বাবে চৰকাৰক আবেদন জনাইছিল।

বিধানসভাত বিজেপিৰ বিধায়ক মোহন মাঝিয়ে জগন্নাথ মন্দিৰ বন্ধ হৈ থকাৰ ফলত বহু লোক কৰ্মহীন হৈ পৰা বুলি উল্লেখ কৰি মন্দিৰ খুলি দিবলৈ আহ্বান জনাইছিল।

একেদৰে কংগ্ৰেছৰ মুখ্য হুইপ তাৰাপ্ৰসাদ বাহিনীপতিয়ে মহাৰাষ্ট্ৰত যদি চৰকাৰে ধৰ্মীয় স্থল সমূহ খুলি দিব পাৰে ওড়িশাত নোৱাৰে কিয় বুলি প্ৰশ্ন কৰিছিল।

মাৰ্চ মাহৰ পৰাই মাত্ৰ কেইজন মান পুৰোহিতে জগন্নাথ মন্দিৰত পূজা-সেৱা কৰি আহিছে। ক’ৰ’ণাতংকৰ বাবে এইবাৰ জগন্নাথ ৰথ যাত্ৰাও সীমিত পৰিসৰত কৰা হয়।

ওড়িশাৰ মুখ্যমন্ত্ৰী নবান পাটনায়কে টেলিভছনৰ পৰ্দাত চায়েই ৰথ যাত্ৰাৰ সময়ত প্ৰভু জগন্নাথক সেৱা জনাইছিল।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd