• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আহত অভিনেতা আল্লু অৰ্জুন, স্থগিত ৰখা হৈছে ‘পুষ্পা ২’ ছবিৰ শ্বুটিং

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2023 2:21 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্বুটিং চলি থকাৰ সময়ত আহত হৈছে পুষ্পা খ্যাত অভিনেতা আল্লু অৰ্জুন।পুষ্পা-২ৰ শ্বুটিঙৰ সময়ত আহত হয় অভিনেতাগৰাকী। কঁকাল আৰু কান্ধত আঘাতপ্ৰাপ্ত হৈছে আল্লু অৰ্জুন।

চিকিৎসকে অভিনেতাজনক কিছুদিন জিৰণি ল’বলৈ পৰামৰ্শ দিছে। সেইবাবেই সদ্যহতে পুষ্পা-২ৰ শ্বুটিং স্থগিত ৰখা হৈছে।

জানিব পৰা মতে, গধুৰ সাজ-পোছাক পৰিধান কৰি একছন দৃশ্যৰ ষ্টান্ট কৰাৰ সময়ত আল্লু অৰ্জুনে কান্ধ আৰু পিঠিত আঘাত পাইছে। ছবিখনৰ নিৰ্মাতাসকলে এই তথ্য সদৰী কৰিছে। সেয়ে, সদ্যহতে পুষ্পা-২ৰ শ্বুটিং কেইবাদিনো বন্ধ থাকিব। ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত পুনৰ শ্বুটিং আৰম্ভ হোৱাৰ কথা।

Apply Now

লগতে পঢ়কঃ অসমৰ শিশুৰ ভৰি চুই প্ৰণাম ব্ৰাজিলৰ কিংবদন্তি ভলীবল খেলুৱৈৰ; ভাইৰেল ভিডিঅ’

এই ঘটনাৰ বাবে পুষ্পা-২ৰ সামগ্ৰিক সূচীত কেইবাটাও সমস্যাৰ সৃষ্টি হ’ব। অৱশ্যে অভিনেতাগৰাকীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি নিৰ্মাতাসকলে সদ্যহতে শ্বুটিং বন্ধ কৰাৰ সিদ্ধান্ত লৈছে।

পুষ্পা ২- দ্য ৰুল অহা বছৰৰ ১৫ আগষ্টত ছবিগৃহত মুক্তি পোৱাৰ কথা। ছবিখনক লৈ দৰ্শকৰ মাজত এক বৃহৎ উন্মাদনাৰ সৃষ্টি হৈছে। পুষ্পা অনুৰাগীসকলে ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে।

উল্লেখ্য যে পুষ্পা ছবিখন বক্স অফিচত ব্লকবাষ্টাৰ হৈছিল। সেয়ে, এনে পৰিস্থিতিত আল্লু অৰ্জুনৰ পুষ্পা ২ক লৈ নিৰ্মাতাসকলৰ বহুত আশাবাদী।

লগতে পঢ়কঃচিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল এক দৰদী কণ্ঠ; জনপ্ৰিয় কণ্ঠশিল্পী অৰুণ দাস আৰু নাই

আল্লু অৰ্জুনৰ উপৰিও ছবিখনত ফাহাদ ফাচিল, ৰশ্মিকা মন্দানা, সুনীল, প্ৰকাশ ৰাজ, জগপতি বাবু, অনুসূয়া ভৰদ্বাজ যিসকলক পুষ্পা: দ্য ৰুল-ত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব। ছবিখনৰ পৰিচালকে জনায় যে পুষ্পাৰ দৰেই ছবিখনৰ চিত্ৰনাট্যও এনেদৰে সজাই তোলা হৈছে যাতে পুষ্পা ২ সফল হয়। ছবিখনৰ ক্লাইমেক্সত এটা ডাঙৰ চমক থাকিব বুলিও নিৰ্মাতাসকলে জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd