• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ ৭ বছৰৰ ভিতৰত নিম্ন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 29, 2020 2:24 pm

1 min read

Nirmala-Sitharamanjpg

নিৰ্মলা সীতাৰমণ ফাইল ফটো।

6.4k
VIEWS
Share on FacebookShare on Twitter

চলিত বিত্তীয় বৰ্ষৰ তৃতীয়টো ত্ৰৈমাসিক কালত (অক্টোবৰ-ডিচেম্বৰ) দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰে ৭ বছৰৰ ভিতৰত নিম্ন পৰ্য্যায়লৈ গতি কৰিছে।

ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্য্যালয়ে ২৮ ফেব্ৰুৱাৰিত প্ৰকাশ কৰা তথ্যত এই সময়ছোৱাত উন্নয়নৰ হাৰ মাত্ৰ ৪.৭ শতাংশ বুলি কোৱা হৈছে। যোৱাটো ত্ৰৈমাসিকত (জুলাই-ছেপ্টেম্বৰ) এই হাৰ আছিল ৫.১ শতাংশ।

আনহাতে যোৱা বছৰ এই সময়ছোৱাত (অক্টোবৰ-ডিচেম্বৰ) বিকাশৰ হাৰ আছিল ৫.৬ শতাংশ।

পৰিসংখ্যামতে, দেশৰ মূল উৎপাদন খণ্ডবোৰত ক্ৰমাগতভাৱে বিকাশৰ হাৰ হ্ৰাস পাই অহা দেখা গৈছে। আনহাতে বিদ্যুৎ, গেছ, পানী যোগান খণ্ডৰ গ্ৰছ ভেলু এডেড বিকাশৰ হাৰ ০.৭ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে কৈছিল যে দেশৰ অৰ্থনীতি সংকটত পৰা নাই আৰু দেশ এতিয়াও ৫ ত্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ দিশত আগ বাঢ়ি আছে।

কেন্দ্ৰীয় বাজেট দাখিলৰ সময়ত সীতাৰমণে ২০২১ বিত্তীয় বৰ্ষৰ বাবে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ নিম্নতম ১০ শতাংশ প্ৰক্ষেপ কৰিছিল।

প্ৰকাশ পোৱা আন এটা তথ্যত কোৱা হৈছে যে ৮টা মূল উদ্যোগৰ (বিদ্যুৎ, ষ্টীল, শোধনাগাৰৰ উৎপাদন, খাৰুৱা তেল, চিমেণ্ট, প্ৰাকৃতিক গেছ আৰু ৰাসায়নিক সাৰ) বাৰ্ষিক বিকাশৰ হাৰ ২.২ শতাংশ বুলি কোৱা হৈছে।

Recent News

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd