• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মিখীৰাকায়” অনুষ্ঠানকলৈ ৰাভা বসতিপ্ৰধান অঞ্চলত আনন্দৰ লহৰ

গাৱেঁ গাৱেঁ প্ৰস্তুত হৈছে পৰম্পৰাগত খাদ্য মিখী

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 6, 2020 12:39 pm
rabha
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাভা জনগোষ্ঠীৰ লোকে বসবাস কৰা গাওঁ সমূহত এতিয়া “মিখী”প্ৰস্তুত কৰাক লৈ ভীষণ ব্যস্ততা ৷

পুৰুষ-মহিলা সকলোৱে দলেবলে ওলাইছে “মিখী” প্ৰস্তুত কৰাৰ বাবে ৷ আজি যদি ইখন গাৱঁত কাইলৈ সিখন গাৱঁত ৷

Apply Now

এতিয়া এক উছৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে গোৱালপাৰাৰ বহু ৰাভা জনগোষ্ঠীৰ লোকৰ গাৱঁত৷পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এওঁলোকে প্ৰস্তুত কৰিছে এক বিশেষ  খাদ্য সম্ভাৰ৷

কৃষ্ণাইৰ পশ্চিম দায়ৰং গাৱঁত  পুৰুষ-মহিলা সকলোৱে সাজু  হৈছে দূৰণিৰ পাহাৰৰ পৰা কোমল বাহঁ গাজ অনাৰ বাবে ৷বাহঁ আনিব আৰু প্ৰস্তুত কৰিব তেওঁ লোকৰ  পৰম্পৰাগত খাদ্য সম্ভাৰ “মিখী”৷

 আনন্দ-উহাহৰ মাজৰে এক উৎসৱ মুখৰ পৰিৱেশৰ মাজত প্ৰস্তুত হৈছে এবিধ অসমীয়াৰ পৰম্পৰাগত খাদ্য “মিখী”৷

মুলতো বাহঁ গাজৰ খৰিছা যদিও ৰাভা জনগোষ্ঠীৰ লোক সকলোৰ মাজত এই খাদ্য সম্ভাৰ বিধ “মিখী” বুলিয়ে জনাজাত ৷

“বহু পৰম্পৰাই  আমি অসমীয়াই পাহৰিলো ,কিন্তু আমি ককা- আজককাৰ দিনৰ পৰা চলি অহা পৰম্পৰা সমূহক আহি থকা নতুন প্ৰজন্মৰ মাজলৈ লৈ যোৱাৰ ধাৰিবাহিকতা অক্ষুণ্ণ ৰাখিম” —”মিখী ৰাকায়” অনুষ্ঠানত মিখী প্ৰস্তুত কৰি থকাৰ সময়তে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন অধ্যক্ষ তৰুণ চন্দ্ৰ ৰাভাৰ এই মন্তব্য৷

আধুনিকতাৰ ধামখুমীয়াত আমি অসমীয়াই বহু হেৰুৱালো ,বহু পৰম্পৰাই আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। মিখী প্ৰস্তুত কৰাটোও ৰাভাসকলৰ অন্যতম এক পৰম্পৰা৷

মিখী প্ৰস্তুত কৰা এই অনুষ্ঠানক ৰাভা জনগোষ্ঠীৰ লোক সকলে”মিখী ৰাকায়” বুলি কয় ৷

পাহাৰৰ পৰা অনা বাহঁ গাজসমূহ কটাৰ পিছত মহিলা সকলে উৰালত খুন্দি বিশেষ  পাত্ৰত ৰাখে।  বাহঁৰ খৰিছাৰ পৰা ৰস খিনি পৰি যোৱাৰ পিছতে ই খোৱাৰ উপযোগী হৈ পৰে ৷ “মিখী ” প্ৰস্তুত হোৱাৰ পিছত পুনৰ গাৱঁৰ সকলোৱে মিলি খোৱাৰ কাৰণে ভগাই লৈ যায় ৷

এই খাদ্য গোটেই বছৰটোৰ বাবে সংৰক্ষণ কৰিব পাৰি৷ৰাভা জনগোষ্ঠীৰ লোক সকলে প্ৰতি বছৰে এনেদৰে প্ৰস্তুত কৰে “মিখী” ৷

জনা মতে ই  স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী ৷ “মিখী”য়ে মানুহক নিৰোগী কৰি ৰখাত বহু পৰিমাণে সহায় কৰে বুলি ৰাভা জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd