• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইয়াতেই লিখা হৈছিল ‘গীতঞ্জলি’, এতিয়া পৰিতক্ত ৰবীন্দ্ৰনাথৰ সেই ‘হৈমন্তী’! ৰক্ষণাবেক্ষণৰ দাবী প্ৰতিমা মণ্ডলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2025 9:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাম আছিল ‘স্নো ভিউ’। ৰবীন্দ্ৰনাথ ঠাকুৰে ৰামগড়ৰ পাহাৰৰ সেই সৰু বাংলোটোৰ নাম ৰাখিলে ‘হৈমন্তী’। উত্তৰাখণ্ডৰ নৈনিতালৰ এই ঘৰতে ‘গীতঞ্জলি’ৰ এটা অংশ ৰচনা কৰা হৈছিল, যিটো কবিৰ একাকী জীৱনৰ সাক্ষী হৈছিল। বাংলোটোও বহু স্মৃতিৰ সাক্ষী। কিন্তু আজি এই ঐতিহাসিক বাংলো ৰক্ষণাবেক্ষণৰ অভাৱত ধ্বংসস্তূপ হৈ পৰিছে। এনে পৰিস্থিতিত তৃণমূলৰ সাংসদ প্ৰতিমা মণ্ডলে এই বাংলটো ৰক্ষণাবেক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

জনা যায় যে ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৩ চনৰ আশে-পাশে ৰামগড়ত সেই বাংলোটো কিনিছিল।তেওঁ তাৰ নাম ৰাখিছিল ‘হৈমন্তী’। প্ৰসংগক্ৰমে প্ৰাকৃতিক সৌন্দৰ্য্যৰ খনি ৰামগড়ৰ হৈমন্তী নামৰ এই বাংলোটোৰ কথাও ৰথীন্দ্ৰনাথৰ ‘পিতৃস্মৃতি’ নামৰ গ্ৰন্থখনত উল্লেখ আছে। তাতেই আছে, অতুল প্ৰসাদে এদিন দেউতাকক কৰা অনুৰোধৰ কথা মনত পেলাই – ‘আপনি কাল যে সুরটি গুনগুন করছিলেন আপনার ঘরে, আমার বড়ো ভালো লাগছিল শুনতে, গান বাঁধা নিশ্চয়ই হয়ে গেছে, ওই গানটি আমাদের শুনিয়ে দিন।’ ৰবীন্দ্ৰনাথে গাইছিল ‘এই লভিনু সঙ্গ তব, সুন্দর হে সুন্দর…’।

Apply Now

এনে বহু স্মৃতিৰ সৈতে জড়িত এই বাংলোটো। আজি জিৰ’ আৱাৰৰ সময়ত সেই ঘটনাৰ কথা উল্লেখ কৰি জয়নগৰৰ সাংসদগৰাকীয়ে লিখিছে, “ৰবীন্দ্ৰনাথ ঠাকুৰে ইয়াতেই নিজৰ কন্যাক হেৰুৱালে। যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ পিছতো তেওঁ পৰৱৰ্তী সময়ত ১৯১৪, ১৯২৭, ১৯৩৭ চনত ইয়াতে বাস কৰিবলৈ উভতি আহে।কবিৰ পুত্ৰ ৰথিন্দ্ৰনাথ, ভতিজা দিনেন্দ্ৰনাথ, অতুলপ্ৰসাদ সেন ইয়ালৈ ৰবীন্দ্ৰনাথৰ লগত থাকিবলৈ আহিছিল। তাৰ পাছত তেওঁ লিখিছিল, “হৈমন্তী আজি পৰিত্যক্ত। কেন্দ্ৰ আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ মোৰ আন্তৰিক অনুৰোধ যে ঘৰটোক ঐতিহ্যৰ মৰ্যাদা প্ৰদান কৰা আৰু ইয়াৰ তাৎক্ষণিক মেৰামতিৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰক।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

সাত বছৰৰ পাছত কিম জং উনক লগ কৰিব চীনা ৰাষ্ট্ৰপতি জিনপিঙে, এছিয়াত আৰম্ভ হ’ব নেকি নতুন ক্ষমতাৰ খেল?

June 7, 2026 7:18 pm
দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

দিল্লীত পুনৰ ভয়ংকৰ অগ্নিকাণ্ড: ৪ শিশুসহ ৮ জনক উদ্ধাৰ, শ্বাসৰুদ্ধ হৈ দুটা কুকুৰ পোৱালিৰ কৰুণ মৃত্যু

June 7, 2026 6:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm
৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

৮ আৰু ৯ জুনত অসম ভ্ৰমণ কৰিব ইউৰোপীয় সংঘৰ উচ্চস্তৰীয় প্ৰতিনিধি দলে, মুখ্যমন্ত্ৰীৰ আদৰণি

June 7, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd