• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দক্ষিণ এছিয়ান গেমছত ৰ’দালিৰ সোণ, পাকিস্তানৰ প্ৰতিদ্বন্দ্বিক পৰাস্ত কৰি ছেমিফাইনেলত অস্মিতা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 5, 2019 6:44 pm

1 min read

Rodali-Baruah

ৰ'দালি বৰুৱা, উৎস-ইণ্টাৰনেট

624
VIEWS
Share on FacebookShare on Twitter

নেপালত চলি থকা ত্ৰয়োদশ দক্ষিণ এছিয়ান গেমছত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক অৰ্জন কৰিছে অসমৰ প্ৰতিভাৱান খেলুৱৈ ৰ’দালি বৰুৱাই।

টাইকোৱানডোৰ মহিলাৰ ৭৩ কেজি উৰ্দ্ধৰ শাখাত প্ৰতিদ্বিন্দ্বিতা কৰা ৰ’দালি বৰুৱাই বুধবাৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰি দেশৰ হৈ সোণৰ পদক দখল কৰে।

ৰ’দালিৰ পূৰ্বে অসমৰ আন এগৰাকী টাইকোৱানডো খেলুৱৈ হৰ্ষা সিনহাই প্ৰতিযোগিতাখনত দুটা পদক অৰ্জন কৰে।

হৰ্ষাই ২৯ বছৰ অনূৰ্দ্ধৰ পুমছে ইভেণ্টৰ ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বিপৰীতে একেটা ইভেণ্টৰে যুটীয়া শাখাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰে।

আনহাতে, প্ৰতিযোগিতাখনৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসমৰ প্ৰতিভাৱান শ্বাটলাৰ অস্মিতা চলিহা।

অস্মিতাই কোৱাৰ্টাৰ ফাইনেলত পাকিস্তানৰ পালৱাছা বাছিৰক পৰস্তা কৰি ছেমি ফাইনেলত স্থান সুৰক্ষিত কৰে।

নেপালত চলি থকা দক্ষিণ এছিয়ান গেমছত অসমৰ খেলুৱৈৰ চমকপ্ৰদ প্ৰদৰ্শনে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আনন্দৰ সৃষ্টি কৰিছে।

প্ৰতিযোগিতাখনত ভাৰত, পাকিস্তান, বাংলাদেশ, নেপাল, ভূটান আৰু দক্ষিণ এছিয়াৰ অন্তৰ্ভূক্ত বিভিন্ন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

Recent News

President-Kovind_COVID-vacc

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে গ্ৰহণ কৰিলে কোভিডৰ ভেকচিন

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd