DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰেফেল কেলেংকাৰি, পে’ট্ৰপণ্যৰ দৈনিক মূল্যবৃদ্ধি: মঙলদৈত প্ৰতিবাদ কংগ্ৰেছৰ

ময়ুখ গোস্বামী by ময়ুখ গোস্বামী
September 15, 2018 8:19 pm
Protest rally by Darrang district Congress Committee over Rafale deal

কংগ্ৰেছৰ প্ৰতিবাদ

165
VIEWS
Share on FacebookShare on Twitter

ফ্ৰান্সৰ পৰা ৰেফেল যুদ্ধ বিমান ক্ৰয়ত কেলেংকাৰি আৰু পে’ট্ৰল-ডিজেলৰ দৈনন্দিন মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে সমগ্ৰ অসমৰ লগতে মঙলদৈৰ উপায়ুক্তৰ কাৰ্য্যালয়টো দৰং জিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰে।

কংগ্ৰেছে ৰেফেল যুদ্ধ বিমান ক্ৰয়ত মোদী চৰকাৰে বহু হাজাৰ কোটিৰ কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগ তুলি ইয়াৰ তদন্ত দাবী কৰিছে। কংগ্ৰেছে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰও প্ৰদান কৰে।

‘নিৰ্বাচনৰ বাবে দলৰ পুঁজি টনকিয়াল কৰাৰ বাবে মোদী চৰকাৰে ৰিলায়েন্স গ্ৰুপ আৰু আম্বানিৰ সৈতে ৰাজহুৱা ধনৰ হৰলুকি কৰাৰ ষড়যন্ত্ৰ কৰিছে,’ নৰ্থ ইষ্ট নাও-ত মন্তব্য প্ৰতিবাদত ভাগ লোৱা কংগ্ৰেছ নেতা জয়নাথ শৰ্মাই।

‘অচ্ছে দিনৰ সপোন দেখুওৱা মোদী চৰকাৰ হুঁছিয়াৰ’, ‘ৰেফেল বিমান কেলেংকাৰিৰ তদন্ত লাগে’, ‘পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক’ আদি শ্ল’গানেৰে উপা্যুক্তৰ কাৰ্য্যালয় উত্তাল কৰি তোলে শ শ প্ৰতিবাদকাৰীয়ে।

শনিবাৰৰ প্ৰতিবাদত দলগাঁৱৰ বিধায়ক ইলিয়াছ আলী, প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা আৰু বসন্ত দাস, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, জিলা সভাপতি ৱাহিদা বেগম, সেৱা দলৰ চন্দন বৰুৱাকে ধৰি কংগ্ৰেছৰ দৰং জিলাৰ সকলো শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।

Recent News

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ইউক্ৰেইনত পুনৰ ৰাছিয়াৰ মিছাইল আক্ৰমণ; নিহত কমেও ১১ জন

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

ফিটনেছৰ প্ৰমাণ! প্ৰত্যাৱৰ্তন কৰিয়েই এটা ইনিংছত ৭ উইকেট জাডেজাৰ

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd