• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰুপায় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ; অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা ৰহা টোলগেট

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2018 8:01 am
ৰহা টোলগেট
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদত সেও মানি সাময়িকভাৱে বন্ধ ৰখা ৰহা টোলগেট এতিয়া অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব। শুকুৰবাৰে দিছপুৰত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত কোনোধৰণৰ ফলপ্ৰসু সিদ্ধান্ত উলিয়াব নোৱাৰাৰ বাবেই টোলগেটখন অনিৰ্দিষ্ট কাললৈ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে ৰহা টোলগেটখন মুকলি কৰাৰ লগে লগে কৃষক মুক্তি সংগ্ৰাম, জাতীয়তাবাদী যুৱ ছাত্ৰ-পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল, যাৰ ফলত দীৰ্ঘদিন ধৰি ৰহা টোলগেট সাময়িকভাৱে বন্ধ হৈ আছে।

Apply Now

ইফালে ৰহা টোলগেট পুনৰ মুকলি কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিভিন্ন প্ৰকাৰে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কালি এই সংক্ৰান্তত এখন বৈঠকো অনুষ্ঠিত কৰে।

দিছপুৰত অনুষ্ঠিত উক্ত বৈঠকত কৃষক মুক্তিৰ নেতা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি, ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ শীৰ্ষ নেতাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ প্ৰকল্প সঞ্চালক আলোক কুমাৰ উপস্থিত থাকে।

বৈঠকত সংগঠন কেইটাৰ প্ৰতিনিধিয়ে অভিযোগ উত্থাপন কৰি কয় যে প্ৰয়োজনীয় আন্তঃগাঁথনি নোহোৱাকৈয়ে টোলগেট মুকলি কৰি দিয়া, অন্য ৰাজ্যৰ তুলনাত টোলগেটত সংগ্ৰহ কৰা ধনৰ হাৰ যথেষ্ট বেছি হোৱা আদি কাৰণতে আমি টোলগেট স্থাপনৰ বিৰোধিতা কৰিছো।

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰাও সংগঠনকেইটাক পতিয়ন নিবলৈ নানান যুক্তি আগবঢ়াই বুলি জানিব পৰা যায়। তাৰোপৰি টোলগেট বন্ধ হৈ থকাৰ বাবে তেওঁলোকে কেইবা কোটি টকা লোকচানৰ সন্মুখীন হ’বলগীয়া হোৱা বুলিও সংগঠনকেইটাৰ আগত প্ৰকাশ কৰে।

এইদৰে দুয়োপক্ষৰ মাজত দীৰ্ঘ সময় ধৰি চলা যুক্তিৰ অন্তত একো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাত পৰৱৰ্তী বৈঠক অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰহা টোলগেট বন্ধ থাকিব বুলি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে জানিবলৈ দিয়ে।

ইফালে সমগ্ৰ বিষয়টো সন্দৰ্ভত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ প্ৰকল্প সঞ্চালক আলোক কুমাৰে ঊৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰিব বুলি বৈঠকত আশ্বাস প্ৰদান কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd