• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কমিউনিষ্ট আৰু আৰ এছ এছ একেই! চিপিআই(এম)ক আৰ এছ এছৰে তুলনা ৰাহুল গান্ধীৰ

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
July 19, 2025 9:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে আৰ এছ এছ আৰু চি পি আই (এম)ৰ বিৰুদ্ধে ৰাইজৰ কথা অনুভৱ নকৰাৰ অভিযোগ উত্থাপন কৰে।

লোকসভাৰ বিৰোধী দলৰ নেতা গান্ধীয়ে কয় যে তেওঁ মতাদৰ্শগতভাৱে আৰ এছ এছ আৰু চি পি আই (এম)ৰ বিৰুদ্ধে যুঁজ দিয়ে। এই দুটা সংগঠনৰ প্ৰতি তেওঁ কয় যে জনসাধাৰণৰ প্ৰতি তেওঁলোকৰ কোনো সহানুভুতি নাই।

Apply Now

কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চাণ্ডীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে কোট্টায়মৰ পুঠুপল্লীত এখন স্মৃতি সভা উদ্বোধন কৰাৰ পিছত ভাষণত ৰাহুল গান্ধীয়ে কয়, “মই তেওঁলোকৰ সৈতে আদৰ্শৰ ক্ষেত্ৰত আৰু শব্দৰ ক্ষেত্ৰত যুঁজ দিওঁ। কিন্তু, মোৰ আটাইতকৈ ডাঙৰ অভিযোগ যে তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি অনুভূতি নাই।”

তেওঁ কয় যে যদি কোনোবাই জনসাধাৰণৰ প্ৰতি সহানুভুতি অনুভৱ নকৰে, তেওঁলোকৰ সৈতে সংযোগ স্থাপন নকৰে তেন্তে তেওঁলোক “নেতা হ’ব নোৱাৰে”।

“গতিকে, সেইটোৱেই মোৰ আটাইতকৈ ডাঙৰ অভিযোগ। যদি আপুনি ৰাজনীতিত আছে, তেন্তে মানুহে যি ভাবিছে সেয়া অনুভৱ কৰক, তেওঁলোকৰ কথা শুনক, আৰু তেওঁলোকক স্পৰ্শ কৰক। আজি ভাৰতীয় ৰাজনীতিত প্ৰকৃত ট্ৰেজেডীটো হ’ল যে আনৰ অনুভৱ অতি কম সংখ্যকেহে প্ৰকৃততে অনুভৱ কৰিছে।”

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

November 14, 2026 9:29 pm
বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

November 14, 2026 9:01 pm
মৃত্যুৰ উপত্যকাত এতিয়া জীৱনৰ সন্ধান! ব্ৰিটিছৰ নিৰ্যাতন শিবিৰত চিকিৎসক সৃষ্টিৰ প্ৰস্তুতি খড়গপুৰ আইআইটিৰ

মৃত্যুৰ উপত্যকাত এতিয়া জীৱনৰ সন্ধান! ব্ৰিটিছৰ নিৰ্যাতন শিবিৰত চিকিৎসক সৃষ্টিৰ প্ৰস্তুতি খড়গপুৰ আইআইটিৰ

November 14, 2026 6:34 pm
কাজিৰঙাত ২৬ জনৰ প্ৰাণ কাঢ়ি নিয়া দুৰ্ঘটনাৰ আঁৰত কোন? দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

কাজিৰঙাত ২৬ জনৰ প্ৰাণ কাঢ়ি নিয়া দুৰ্ঘটনাৰ আঁৰত কোন? দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

November 14, 2026 5:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

হাতৰ পৰা ওলাই গৈছিল মেচ, ক্ৰীজত নাছিল এজনো মূল বেটছমেন! তথাপিও পাকিস্তানক হৰুৱালে ভাৰতীয় যুৱ দলে?

November 14, 2026 9:29 pm
বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

বৰদলৈ ট্ৰফীত গ’লৰ বৰষুণ! বিপক্ষক নিমিষতে ধৰাশায়ী কৰি ১০টাকৈ গ’ল দিলে এইটো দলে…

November 14, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd