• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমত থকা যেন লাগে; শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক ৰাহুল গান্ধী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 25, 2020 12:19 pm

1 min read

তৰুণ গগৈৰ সৈতে কথা পাতিলে অসমত থকা যেন লাগে; শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আৱেগিক ৰাহুল গান্ধী
1.8k
VIEWS
Share on FacebookShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি জনায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে।

ৰাতিপুৱা ৯:৪০ বজাত নতুন দিল্লীৰ পৰা গুৱাহাটী বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ পোনে পোনে শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হয় ৰাহুল গান্ধী।

কলাক্ষেত্ৰত উপস্থিত হৈয়ে ৰাহুল গান্ধীয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈৰ নশ্বৰ দেহত মাল্যপন কৰাৰ লগতে অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জনায়।

তাৰ পাছতে শোক প্ৰকাশ কৰি গান্ধীয়ে কয় “গগৈ মোৰ গুৰু আছিল। তেওঁৰ শিষ্য মই। তেওঁৰ সৈতে মোৰ বহুবাৰ সাক্ষাৎ হৈছে আৰু বহু কথা পাতিছো। তেওঁ কেৱল ব্যক্তি নহয়, তেওঁ মানেই অসম।”

তৰুণ গগৈয়ে মৃত্যুৰ পূৰ্বে বহু শিষ্যক ৰাজনীতি শিকাই গৈছে গতিকে অসমত কংগ্ৰেছৰ কেতিয়াও বেয়া দিন নহয় বুলিও ৰাহুল গান্ধীয়ে লগতে কয়।

ইয়াৰ পাছতে তৰুণ গগৈয়ে পোনে পোনে তৰুণ গগৈৰ চৰকাৰী বাসগৃহলৈ ৰাওনা হয়।

‘‘তৰুণ গগৈৰ সৈতে কথা পাতিলে তেওঁ কেবল অসমৰ কথাকে কৈছিল……তেওঁৰ সৈতে কথা পাতিলে অসমত থকা যেন লাগে,’’ ৰাহুল গান্ধীয়ে লগতে কয়।

আনহাতে, গুৱাহাটীত প্ৰায় দুঘণ্টা সময় অতিবাহিত কৰি ৰাহুল গান্ধীয়ে তৰুণ গগৈৰ চৰকাৰী বাসভৱনৰ পৰা পোনে পোনে নতুন দিল্লীলৈ উভতি যাব।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd