• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন হ’ব বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখ? ডাঙৰ ঘোষণা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 5, 2024 7:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে নিৰ্বাচনী ইস্তাহাৰ ঘোষণা কৰাৰ পিছতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ডাঙৰ মন্তব্য, ‘আগন্তুক নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজ’।

লোকসভা নিৰ্বাচন উপলক্ষে আজি কংগ্ৰেছে প্ৰকাশ কৰে ইস্তাহাৰ। এই ইস্তাহাৰৰ নাম দিয়া হৈছে ‘ন্যায়ৰ দস্তাবেজ’। ইস্তাহাৰ প্ৰকাশৰ সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে আগন্তুক নিৰ্বাচন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ নিৰ্বাচন।

তেওঁ কয়, ‘এফালে এন ডি এ আৰু প্ৰধানমন্ত্ৰী মোডীয়ে সংবিধান আৰু গণতন্ত্ৰ ধ্বংস কৰাৰ বাবে অহৰহ কাম কৰি আছে। আনহাতে, সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে অহৰহ প্ৰাণেপণে চেষ্টা কৰিছে ইণ্ডিয়া মিত্ৰজোঁট।

Apply Now

লগতে পঢ়কঃ বিশ্বৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ মৃত্যু! মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল জানেনে?

আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে ইস্তাহাৰ প্ৰকাশ কৰা সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিক লক্ষ্য কৰি লৈছিল। একে সময়তে বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰীৰ মুখৰ বিষয়ে সোধাত তেওঁ কয় যে নিৰ্বাচনৰ পিছত মিত্ৰজোঁটৰ ফালৰ পৰা আলোচনাৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ মুখখন ঠিক কৰা হ’ব।

তেওঁ লগতে কয়, ‘দেশৰ ৰাজনৈতিক গাঁথনিত কি ঘটি আছে আমি বুজিব লাগিব। আৰ এছ এছ, বিজেপি আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্তুত কৰা কৌশলৰ আধাৰ কি সেয়া আমি বুজিব লাগিব। বন্দৰ, আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষাৰ ওপৰত যেনেকৈ আদানীৰ একচেটিয়া আধিপত্য আছে, ঠিক তেনেদৰে প্ৰধানমন্ত্ৰী মোদীয়ে ইডি, চিবিআই আৰু আয়কৰ বিভাগ ব্যৱহাৰ কৰি ৰাজনৈতিক বিত্তীয় সংগ্ৰহৰ একচেটিয়া আধিপত্য সৃষ্টি কৰিছে।’

লগতে পঢ়কঃ তিহাৰ জে’লৰ পৰা দিল্লীবাসীলৈ চিঠি মনীষ চিছ’দিয়াৰ; কি লিখিলে কাৰাৰুদ্ধ আপ নেতাগৰাকীয়ে?

ৰাহুলে কয় যে মল্লিকাৰ্জুন খাৰ্গে কৈছে যে যিসকলে দুৰ্নীতি কৰি আছে তেওঁলোকে বিজেপিত যোগদান কৰিছে কাৰণ প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক ধন সংগ্ৰহ একচেটিয়া কৰিব বিচাৰে। প্ৰধানমন্ত্ৰীৰ মুখৰ বিষয়ে সোধাত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে কয় যে ইণ্ডিয়া মিত্ৰজোঁটে সিদ্ধান্ত লৈছে যে আমি এই নিৰ্বাচনত একত্ৰিত হৈ যুঁজ দিছো। নিৰ্বাচনৰ পিছত মিত্ৰজোঁটে একেলগে সিদ্ধান্ত ল’ব কোন নেতা আৰু কোন প্ৰধানমন্ত্ৰী হ’ব। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

ডুৰাণ্ড কাপত ফুটবলৰ পথাৰত নামিব বলীউড অভিনেতা টাইগাৰ শ্ৰফ: মুম্বাই চিটী এফ চিৰ হৈ পেছাদাৰী অভিষেক

July 28, 2026 2:42 pm
ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd