• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ মৃত্যু! মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 6:09 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জুয়ান ভিনচেণ্ট পেৰেজ মোৰাই ইহলীলা সম্বৰণ কৰিলে। পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মানুহজনৰ মৃত্যুৰ সময়ত বয়স আছিল ১১৪ বছৰ। মঙলবাৰে ভেনিজুৱেলাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

জুয়ানে দীৰ্ঘদিন ধৰি বাৰ্ধক্যৰ সমস্যাত ভুগি আছিল। এই কথা পৰিয়ালৰ সূত্ৰৰ জৰিয়তে জনা যায়। অৱশেষত বহুদিন কষ্ট ভোগ কৰি এই বৃদ্ধজন উভতি নহাৰ দেশলৈ গুচি গ’ল।

২০২২ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড অনুসৰি তেওঁ আছিল বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি। ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই জুয়ানৰ মৃত্যুত নিজৰ ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰিছে।

Apply Now

লগতে পঢ়কঃ তিহাৰ জে’লৰ পৰা দিল্লীবাসীলৈ চিঠি মনীষ চিছ’দিয়াৰ; কি লিখিলে কাৰাৰুদ্ধ আপ নেতাগৰাকীয়ে?

২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত জুয়ান ভিনচেণ্ট পেৰেজে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰে। মৃত্যুৰ সময়ত জুয়ানৰ বয়স আছিল ১১৪ বছৰ ২৫৩ দিন।

ইয়াৰ পূৰ্বে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তিজন আছিল স্পেইনৰ চেটাৰ্নিনো ফুয়েণ্টে গাৰ্চিয়া। ২০২২ চনৰ ১৮ জানুৱাৰীত ১১২ বছৰ ৩৪১ দিন বয়সত তেওঁৰ মৃত্যু হয়। পিছলৈ জুয়ান ভিনচেণ্ট পেৰেজক আটাইতকৈ বয়সীয়াল মানুহ হিচাপে স্বীকৃতি দিয়া হয়।

জুয়ানৰ জন্ম হৈছিল ভেনিজুৱেলাৰ এটা কৃষক পৰিয়ালত। পেছাত তেওঁ আছিল এজন খেতিয়ক মাত্ৰ ৫ বছৰ বয়সৰ পৰাই জুয়ান খেতিৰ লগত জড়িত আছিল। সৰুৰে পৰা দেউতাক আৰু পৰিয়ালৰ লগত খেতি কৰিছিল। কিন্তু খেতি এৰি যোৱাৰ পিছতো এই প্ৰবীণ জুয়ান ভিনচেণ্ট পেৰেজ দীৰ্ঘদিন ধৰি কৰ্মক্ষম হৈ আছিল। তেওঁৰ মুঠ ১১টা সন্তান আৰু ৪১ গৰাকী নাতি-নাতিনী আছে।

লগতে পঢ়কঃ পৰিৱেশ নষ্ট হোৱাৰ আশংকা! দলবদ্ধ ধৰ্ষণৰ বলি ছাত্ৰীক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা বিদ্যালয়ৰ

অৱশেষত ভেনিজুৱেলাৰ এই বাসিন্দাগৰাকীয়ে ১১৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত পৰিয়াল আৰু আত্মীয়ৰ মাজত শোকৰ ছাঁ পৰিছে। এই খৱৰ শুনাৰ পিছত নেটিজেনসকলেও গভীৰ শোক প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

লোমহৰ্ষক কাণ্ড! গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ হোৱা মৃত মহিলাৰ স্বামীক গ্ৰেপ্তাৰ; ফ্ৰীজৰ পৰা উদ্ধাৰ ছিন্নমুণ্ড

September 7, 2026 12:04 pm
ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

হোষ্টেলত ৱাৰ্ডেনৰ ভয়ংকৰ নিৰ্যাতন ! ৱাৰ্ডেনৰ অকথ্য অত্যাচাৰত চিকিৎসালয়ৰ বিচনাত ২৫ গৰাকী আৱাসী

September 7, 2026 3:39 pm
বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

বিৰোধী জয়ী হ’লে প্ৰধানমন্ত্ৰীৰ পদ দাবী কৰিব পাৰে ৰাহুল গান্ধীয়ে; কি যুক্তি চিপিএমৰ এম এ বেবীৰ?

September 7, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd