• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাৰিয়ানাৰ আইপিএছ বিষয়াৰ চৰম সিদ্ধান্তৰ বাবে দায়ী বিজেপি-আৰএছএছ; অভিযোগ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2025 9:45 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ আই পি এছৰ জ্যেষ্ঠ বিষয়া ৱাই পুৰন কুমাৰৰ আত্মহত্যাই সমগ্ৰ দেশতে শোক আৰু বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই মৰ্মান্তিক ঘটনাটোক “জাতিবাদৰ নামত বিয়পি পৰা গভীৰ সামাজিক বিষবাষ্পৰ প্ৰতীক” বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিয়ে।

ধাৰাবাহিক টুইটযোগে তেওঁ জাতিভিত্তিক বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে এই ঘটনা কেৱল এজন বিষয়াৰ নহয়, দেশৰ প্ৰতিজন প্ৰান্তীয় ব্যক্তিৰ সংগ্ৰামৰ প্ৰতিচ্ছবি।

Apply Now

ৰাহুল গান্ধীয়ে লিখিছে, “এজন উচ্চ পদস্থ আই পি এছ বিষয়াও যদি জাতিৰ ভিত্তিত অপমান, হাৰাশাস্তি আৰু নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হয়, তেন্তে এজন সাধাৰণ দলিত নাগৰিকে কেনে ধৰণৰ অপমানৰ সন্মুখীন হ’বলগীয়া হয়, সেয়া সহজেই কল্পনা কৰিব পাৰি।”

তেওঁ লগতে কয় যে জাতিবাদৰ অন্যায় আৰু মানসিক অত্যাচাৰ কেৱল ব্যক্তিগত ক্ষতিতে সীমাবদ্ধ নহয় — ই এক বৃহত্তৰ সামাজিক আৰু প্ৰশাসনিক ব্যৰ্থতাৰ প্ৰতিফলন। পুৰণ কুমাৰৰ দৰে অভিজ্ঞ আৰু নিষ্ঠাবান বিষয়া এজন যদি বাৰে বাৰে হাৰাশাস্তিৰ বলি হয় আৰু শেষত আত্মহত্যাৰ পথ বাছি লয়, তেন্তে সেয়া প্ৰশাসনিক গাঁথনিৰ ভেটি জোকাৰি যোৱা এটা ঘটনা।

ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্যত বিজেপি আৰু আৰএছএছৰ নাম উল্লেখ কৰি সমাজত ‘ঘৃণা আৰু মনুবাদী মানসিকতা’ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এই মানসিকতাৰ বাবে দলিত, জনজাতীয়, পিছপৰা শ্ৰেণী আৰু মুছলমান সম্প্ৰদায়ৰ লোকে আজি ন্যায়ৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে।

তেওঁ উল্লেখ কৰে যে কেৱল পুৰণ কুমাৰৰ গোচৰেই নহয় — ৰায়েবৰেলীত হৰিওম বাল্মিকীৰ হত্যাকাণ্ড আৰু মুখ্য ন্যায়াধীশক অপমান কৰাৰ অভিযোগে আমাৰ সমাজৰ প্ৰান্তীয় লোকসকলৰ ওপৰত দীৰ্ঘদিনীয়া অন্যায়ৰ ইংগিত দিয়ে।

“এই যুঁজখন কেৱল পুৰণ কুমাৰৰ নহয়,” — ৰাহুলে লিখিছে, “সংবিধানত বিশ্বাসী, সমতা আৰু ন্যায়ৰ বাবে যুঁজ দিয়া সেই সকলোৰে বাবে।” তেওঁৰ মন্তব্যত সংকটক ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ অংশ হিচাপে স্পষ্টভাৱে চিত্ৰিত কৰা হৈছে।

हरियाणा के IPS अधिकारी वाई पूरन कुमार जी की आत्महत्या उस गहराते सामाजिक ज़हर का प्रतीक है, जो जाति के नाम पर इंसानियत को कुचल रहा है।

जब एक IPS अधिकारी को उसकी जाति के कारण अपमान और अत्याचार सहने पड़ें – तो सोचिए, आम दलित नागरिक किन हालात में जी रहा होगा।

रायबरेली में हरिओम…

— Rahul Gandhi (@RahulGandhi) October 9, 2025

ৱাই পুৰণ কুমাৰ আছিল হাৰিয়ানা আৰক্ষীৰ জ্যেষ্ঠ আৰু দক্ষ আই পি এছ বিষয়া। কিন্তু বিভিন্ন সূত্ৰৰ মতে তেওঁ দীৰ্ঘদিন ধৰি প্ৰশাসনৰ ভিতৰত জাতিভিত্তিক বৈষম্য, অৱহেলা আৰু মানসিক হাৰাশাস্তিৰ বলি হৈ আহিছিল। হেঁচা আৰু অন্যায় সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে এক চৰম সিদ্ধান্তত উপনীত হোৱা বুলি ধাৰণা কৰা হৈছে।

এই ঘটনা পোহৰলৈ অহাৰ পিছত সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জাতিভিত্তিক বৈষম্য, প্ৰশাসনিক হাৰাশাস্তি আৰু মানসিক স্বাস্থ্যৰ ওপৰত  চাপ — এই তিনিটা বিষয় আকৌ এবাৰ আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd