• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

GDP-ক লৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ- ‍‘মোদী থাকিলে সকলো সম্ভৱ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 12, 2020 1:30 pm

1 min read

GDP-ক লৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ- ‍‘মোদী থাকিলে সকলো সম্ভৱ’
351
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ দলৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক প্ৰায়ে মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ ভুমিকা গ্ৰহণ কৰা দেখা পোৱা যায়।

শেহতীয়াকৈ ৰাহুল গান্ধীয়ে দেশৰ অৰ্থব্যৱস্থা সম্পৰ্কত মোদী চৰকাৰক লক্ষ্য কৰি আক্ৰমনাত্মক মন্তব্য কৰিছে।

কেৰালাৰ ৱায়নাডৰ সাংসদ ৰাহুলে ইনফোচিচৰ সংস্থাপক এন আ্‌ৰ নাৰায়ণ মূৰ্তিৰ এটা বাতৰিৰ উদ্ধৃতি দি এটা স্ক্ৰিণশ্বটৰ সহায়ত লিখিছে ‍‘মোদী থাকিলে সম্ভৱ’।

উল্লেখ্য যে নাৰায়ণ মূৰ্তিয়ে আশংকা প্ৰকাশ কৰি কৈছিল যে মহামাৰী ক’ৰ’নাৰ বাব দেশৰ আৰ্থিক অৱস্থা প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত সৰ্বাধিক বেয়া হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে।

তেওঁ লগতে কয় যে দেশৰ আৰ্থিক অৱস্থা অতি শীঘ্ৰে সুস্থিৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে চৰকাৰে প্ৰয়াস চলাব লাগে।

স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে দেশৰ মুঠ ঘৰুৱা উৎপাদন (জি ডি পি)ৰ বিকাশৰ হাৰ আটাইতকৈ তললৈ যোৱাৰ সম্ভাৱনা আছে বুলিও নাৰায়ণ মূৰ্তিয়ে মন্তব্য কৰিছে।

নাৰায়ণ মূৰ্তিয়ে লগতে দেশৰ অৰ্থ ব্যৱস্থা সুস্থিৰ কৰিবলৈ দেশৰ প্ৰত্যেক স্তৰৰে ব্যৱসায়ীক সম্পূৰ্ণ ক্ষমতাৰে কাম কৰাৰ অনুমতি প্ৰদান কৰিব লাগে বুলিও পোষকতা কৰে।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd