• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাটনাত ৰাহুলৰ মঞ্চ হালি ভাঙি পৰো পৰো অৱস্থা! নিৰাপত্তা ব্যৱস্থাৰ শিথিলতাই কাৰণ নেকি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 28, 2024 8:09 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে বিহাৰত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে চাৰিখন সভা অনুষ্ঠিত কৰে। দুপৰীয়া ৰাজ্যৰ উত্তৰ প্ৰান্তৰ পাটনাৰ সমীপৰ বখতিয়াৰপুৰত এখন সভালৈ যায়। দুপৰীয়া চতুৰ্থখন বৈঠকৰ বাবে পাটনালৈ উভতি আহে। তাত কংগ্ৰেছ নেতাজনে মঞ্চত ভৰি দিয়াৰ লগে লগে মঞ্চখন অলপ এফালে হেলনীয়া হৈ পৰে।

সেইদৰে, এক বৃহৎ ঘটনাৰ পৰা ৰক্ষা পৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা পাটলিপুত্ৰ সমষ্টিৰ আৰজেডি প্ৰাৰ্থী মিচা ভাৰতী আৰু তেওঁৰ কনিষ্ঠ ভাতৃ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ।

মিচা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদৰ জ্যেষ্ঠ কন্যা। বৰ্তমান ৰাজ্যসভাৰ সাংসদ মিচাক পাটলিপুত্ৰ লোকসভাৰ আসনৰ বাবে মনোনীত কৰিছে লালু প্ৰসাদে। তাত বিজেপি প্ৰাৰ্থী হৈছে এসময়ৰ লালুপ্ৰসাদৰ ঘনিষ্ঠ ৰামকৃপাল যাদৱ।

Apply Now

লগতে পঢ়কঃ “নিৰ্বাচনী ভাষণত মিছা কথাৰে আদানীৰ ভাব মুৰ্ত্তি নষ্ট কৰাৰ ষড়যন্ত্ৰ” – ৰাহুল গান্ধী আৰু মোদীৰ বিৰুদ্ধে আদালতত তৰা হ’ল গোচৰ

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছিল। সোমবাৰে ৰাহুলে মিচাৰ বাবে ৰাজহুৱা সভাত ভাষণ দিয়ে। চাৰিওখন বৈঠকতে ৰাহুলক সংগ দিয়ে আৰজেডি নেতা তেজস্বী যাদৱে। পাটনাৰ সমীপৰ পালিগঞ্জত মঞ্চত উঠাৰ লগে লগে মঞ্চখন এফালে হেলনীয়া হৈ পৰে। মিচা আৰু ৰাহুলে ইজনে সিজনক ধৰি কেনেবাকৈ পৰিস্থিতি চম্ভালি লৈ যায়। তেজস্বীও মঞ্চত উপস্থিত আছিল।

ঘটনাটো যদিও সামান্য, তথাপিও ৰাহুলৰ সুৰক্ষা আৰু নিৰাপত্তাক লৈ ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে। দৰাচলতে যিহেতু ছোনিয়া-ৰাহুলৰ এছ পি জিৰ নিৰাপত্তা উঠাই লোৱা হৈছে, সেয়েহে তেওঁলোকৰ নিৰাপত্তা আৰু সুৰক্ষাৰ নিয়ম বহু শিথিল হৈ পৰিছে। যেতিয়া এছ পি জিৰ নিৰাপত্তা আছিল তেতিয়া সেই এজেন্সীৰ মানুহে লোকে নিৰ্মাণৰ পৰা আৰম্ভ কৰি কোনে তাত উঠিব তালৈকে প্ৰতিটো সবিশেষ পৰীক্ষা কৰিছিল। এছ পি জিত মঞ্চৰ বোজা বহন ক্ষমতা জুখিব পৰা ব্যৱস্থা আছে। তেনেকৈয়ে তেওঁলোকে উদ্যোক্তাসকলক মঞ্চত কিমান মানুহ থাকিব পাৰে সেয়া কৈ দিয়ে।

Overcrowding at the stage of Congress leader @RahulGandhi and RJD leader @yadavtejashwi in Paliaganj, Bihar.
Rahul Gandhi remained on the stage and greeted the public.🔥🔥 pic.twitter.com/2lWNDf8BCh

— Updates (@bolebharat11) May 27, 2024

ছোনিয়া, ৰাহুলৰ ক্ষেত্ৰত এতিয়া সেই সকলো অতীত। ২০১৯ চনত ক্ষমতালৈ অহাৰ সময়ত মোডী চৰকাৰে গান্ধী পৰিয়ালৰ পৰা এছ পি জিৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছিল। সংসদলৈ বিধেয়কখন অহাৰ লগে লগে এই সন্দৰ্ভত থকা আইনখন বাতিল কৰা হয়।

এতিয়া চি আৰ পি এফ ৰাহুলক নিৰাপত্তা প্ৰদানৰ দায়িত্বত আছে। সেই বাহিনীটোৰ কমাণ্ডোসকলে কংগ্ৰেছ নেতাৰ নিৰাপত্তা চোৱাচিতা কৰিছিল। চি আৰ পি এফে মঞ্চৰ বোজা কঢ়িয়াব পৰা ক্ষমতা, তাত কোন থাকিব, সেইবোৰ নাচায়। অতিৰিক্ত মানুহবোৰ উঠি অহাৰ লগে লগে মঞ্চখন অলপ হেলনীয়া হৈ পৰা বুলি ধাৰণা কৰা হৈছে। বিহাৰৰ সকলো দলৰ বাবে এইটো সমস্যা। মঞ্চত উঠিবলৈ লৰালৰি কৰাটো ইয়াত এটা স্বাভাৱিক ঘটনা হৈ পৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

October 29, 2026 11:17 am
বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

October 29, 2026 11:02 am
চাকৰি খাইছে কৃত্ৰিম বুদ্ধিমত্তাই! এইবাৰ আমাজনৰ পৰা একেদিনাই ছাঁটাই ২৫০ কৰ্মচাৰী

চাকৰি খাইছে কৃত্ৰিম বুদ্ধিমত্তাই! এইবাৰ আমাজনৰ পৰা একেদিনাই ছাঁটাই ২৫০ কৰ্মচাৰী

October 29, 2026 10:28 am
৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

October 29, 2026 10:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

ন্যায়াধীশৰ নাবালক পুত্ৰৰ বিলাসী গাড়ীৰ খুন্দাত এজনৰ মৃত্যু, তদন্তত গাফিলতিৰ অভিযোগত অপসাৰিত কোচিৰ আৰক্ষী আয়ুক্ত

October 29, 2026 11:17 am
বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

বিপদত আপোনাৰ ব্যক্তিগত তথ্য! জুম আৰু ফায়াৰফক্স ব্যৱহাৰকাৰীলৈ চৰকাৰৰ জৰুৰী সতৰ্কবাণী

October 29, 2026 11:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd