• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, April 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিক উৎখাতৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হৈছে ৰাইজৰ দল

ভেটি শক্তিশালী থকাৰ পাছতো মাত্ৰ মুষ্টিমেয় সমষ্টিতহে ৰাইজৰ দলে থিয় কৰাব প্ৰাৰ্থী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 6, 2021 12:12 pm

1 min read

WhatsApp Image 2021-03-06 at 12.01.05 PM
344
VIEWS
Share on FacebookShare on Twitter

বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত সৰ্বোচ্চ ত্যাগৰ বাবে প্ৰস্তুত হৈছে ৰাইজৰ দল।

গীতানগৰস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই।

প্ৰথম পৰ্য্যায় আৰু নিৰ্বাচনত মুঠ ১৮ টা সমষ্টিতহে প্ৰাৰ্থী থিয় কৰাব ৰাইজৰ দলে।

প্ৰথম পৰ্য্যায়ত ৪৭ টা সমষ্টিৰ মাত্ৰ ১২ টা আৰু দ্বিতীয় পৰ্য্যায়ত ৩৯ টা সমষ্টিৰ মাত্ৰ ৬ টা সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলে।

এই আটাইকেইটা সমষ্টিত ৰাইজৰ দলৰ সবল ভেটি থকা বুলি দাবী কৰি শইকীয়াই এই আটাইকেইটা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী জয়ী হ’ব বুলি সদৰী কৰে।

একমাত্ৰ ২১’ৰ নিৰ্বাচনত বিজেপিক বিদায় দিয়াৰ স্বাৰ্থতহে ৰাইজৰ দলে ভেটি শক্তিশালী থকাৰ পাছতো প্ৰাৰ্থী থিয় নকোৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে শইকীয়াই।

অৱশ্যে, পৰৱৰ্তী সংবাদমেলতহে এই ১৮ টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বুলি উল্লেখ কৰে শইকীয়াই।

ইপিনে, বৰ্তমানলৈকে ৰাইজৰ দলৰ প্ৰতীক চিহ্ন মুকলি কৰা নাই ৰাইজৰ দলে।

উল্লেখযোগ্য যে, কালি পৃথকে হোৱা এক সংবাদমেলতে অসম জাতীয় পৰিষদে ১৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল।

Recent News

a ccc

কামৰূপ মেট্ৰ’ৰ শিক্ষানুষ্ঠান বন্ধ সন্দৰ্ভত জিলা উপায়ুক্তক সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব প্ৰদান শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd