• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ অভিযোগ: মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দাবী ৰাইজৰ দলৰ

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
March 1, 2022 2:21 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে ৰাইজৰ দলে এখন সংবাদমেলত মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দাঙি ধৰি তেওঁৰ বিৰুদ্ধে চিবিআইৰ তদন্ত দাবী কৰে।

ৰাইজৰ দলে অভিযোগ কৰে যে বিজেপিয়ে ভূ-মাফিয়া ভুৱন গামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। ভুৱন গামৰ বিৰুদ্ধে সোণাপুৰত এজাহাৰ দাখিল কৰা হৈছিল যদিও আজি পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ নহ’ল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযানক এক ভেকোভাওনা বুলি উল্লেখ কৰি ৰাইজে দলে প্ৰশ্ন কৰে যে এজাহাৰ দিয়া সত্তেও কিহৰ ভিত্তিত গামক ৰক্ষণাবেক্ষণ দিয়া হৈছে?

Apply Now

ৰাইজৰ দলৰ মুখ্যমন্ত্ৰীলৈ পোনপটীয়া প্ৰশ্ন, ‘’বাঘৰ দৰে বুলি কোৱা মুখ্যমন্ত্ৰী গৰাকী মেকুৰী হৈ গ’ল নেকি যে ভুৱন গামক দেখা নাই?’’

সোণাপুৰত ৫০ কোটি টকা ব্যয় সাপেক্ষে ২৫০ বিঘা ভূমিত জনজাতীয় সাংস্কৃতিক মিউজিয়াম গঢ়ি তোলা হৈছিল। এই সাংস্কৃতিক মিউজিয়াম নিৰ্মাণৰ কাম দিয়া হৈছিল গামৰ সংস্থাক।

ৰাইজৰ দলে কয় যে ২০১২ চনত হেমন্ত নাৰ্জাৰীৰ পত্নীক গামৰ কোম্পানীৰ সঞ্চালক পদত নিয়োগ কৰিছিল। গাম ডেলিকেচি কোম্পানীয়ে সেই মিউজিয়াম চোৱাচিতাৰ দায়িত্ব দিছিল বিজেপি নেতা স্বপ্ননীল বৰুৱাৰ কন্যা অংগিনা বৰুৱাক।

ৰহস্যজনকভাৱে ২০১৫ চনৰ ১৮ আগষ্টত সেই মিউজিয়ামটো জুইত ভষ্মীভুত হৈছিল। সংবাদ মাধ্যমতো এই বিষয়ে চৰ্চা চলিছিল।

প্ৰশাসনেও উচ্চ পদস্থ বিষয়াক তদন্তৰ দায়িত্ব দিছিল যদিও আজি পৰ্যন্ত তদন্তৰ কোনো প্ৰতিবেদন পোহৰলৈ নাহিল।

সংবাদমেলত ৰাইজৰ দলে এইবিষয়ত মুখ্যমন্ত্ৰীক চিবিআইৰ তদন্ত ঘোষণা কৰিবলৈ দাবী কৰি কয় যে তেতিয়াহে মুখ্যমন্ত্ৰী গৰাকী যে দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল সেয়ে মানি লব পৰা যাব।

আনহাতে, ৰাইজৰ দলে অন্য এক অভিযোগ দাঙি ধৰি কয়, ‘’ভৰত নৰহ যেতিয়া কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী আছিল তেতিয়া সকলোতকৈ ডাঙৰ কেলেংকাৰী কৰিছিল ভুৱন গামে। তেওঁ ভৈয়াম জনজাতি কল্যাণৰ নামত দুৰ্নীতিৰ পাহাৰ গঢ়িছিল। ভুৱন গামে জনগোষ্ঠীয় মহিলাৰ নামত অহা টকা আত্মসাৎ কৰিছিল।‘’

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd