• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চালকৰ প্রতিবাদলৈ পূৰ্ণ সমৰ্থন ৰাইজৰ দলৰঃ চালক বিৰোধী আইন প্ৰত্যাহাৰৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 5, 2024 5:26 pm
Hit and Run law
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্রীয় চৰকাৰৰ ভাৰতীয় ন্যায় সংহিতাৰ হিট এণ্ড ৰান গোচৰৰ শাস্তিৰ বিৰোধিতাৰে চালক সকলে গ্ৰহণ কৰা যান-বাহনৰ চলাচল বন্ধৰ ধৰ্মগত কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে ৰাইজৰ দলে।

সংবাদ মাধমলৈ প্ৰেৰণ কৰা এক বিবৃত্তি যোগে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে চালক বিৰোধী এই বিতৰ্কিত আইন অতিশীঘ্ৰে প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী জনায়।

Apply Now

এজন গাড়ী চালকে দুৰ্ভাগ্যবশতঃও যদি কাৰোবাক খুন্দিয়াই তেন্তে সেই চালক জনে ১০লাখ টকা জৰিমনা কেনেকৈ ভৰিব তথা গাড়ী চালক এজনৰ বাবে ১০লাখ টকাৰ জৰিমনা সম্ভৱ নেকি বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে।

কেৱল মাত্ৰ জৰিমনা সংগ্ৰহৰ স্বাৰ্থত এই আইন গাড়ীৰ চালক সকলৰ ওপৰত জাপি দিব খোজা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে এনেকুৱা এখন বিতৰ্কিত ক’লা আইন প্রত্যাহাৰ কৰিব লাগে বুলি দাবী কৰে।

অন্যথা চালক সকলৰ দাবী সমূহ মানি লৈ আইনত সংশোধনীৰ ব্যৱস্থা কৰিব লাগে বুলিও দোহাৰে বিধায়কগৰাকীয়ে। তেওঁ লগতে এই প্ৰসংগত সাংসদ নিলম্বনৰ দিশটোও আঙুলিয়াই দিয়ে।

ইতিহাস ৰচনা কৰি দেশৰ সংসদৰ পৰা ১৪৩ জনতকৈ বেছি সাংসদক বহিস্কাৰ কৰি এনে বিতৰ্কিত আইন জনতাৰ ওপৰত জাপি দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য বুলি অখিল গগৈয়ে প্ৰশ্ন কৰে।

গগৈৰ অভিযোগ, “আজি দেশৰ জনতাই বিজেপি চৰকাৰৰ ভুল আৰু হঠকাৰী সিদ্ধান্তৰ ফল ভুগিব লগা হৈছে। ঠায়ে ঠায়ে পেট্ৰ’ল,ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে।

কেৱল মাত্ৰ বিজেপি চৰকাৰৰ ভুল সিদ্ধান্তৰ কাৰণেই ৰাজ্যৰ বিভিন্ন ঠাইত বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে বুলি দাবী কৰি তেওঁ লগতে জনতা চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বাৰে বাৰে ৰাজপথত নামিবলৈ বাধ্য হয় বুলি মন্তব্য কৰে।

ৰাইজৰ দলে চালক সকলৰ এই প্রতিবাদলৈ পূৰ্ণ সমৰ্থন জনোৱাৰ লগতে ৪৮ ঘন্টীয়া চকা বন্ধ কাৰ্যসূচীলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই বুলি জানিবলৈ দিয়ে।

অনাগত দিনটো চৰকাৰৰে এই বিতৰ্কিত ক’লা আইন বাতিল নকৰা পৰ্যন্ত চালক সকলৰ প্ৰতিবাদ আৰু দাবীৰ প্রতি সমৰ্থন জনাই যাব বুলিও ৰাইজৰ দলে উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd