• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ পূব সীমান্ত ৰে’লৱেত সংলগ্ন হ’ব ভিষ্টাডোম ডবা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2019 7:27 pm
610381-tnin-vistadome-coach1

ভিষ্টাডোম ডবাৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰে’লৱে মন্ত্ৰী পীয়ুষ গোৱেলে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তৰ্গত কেইটামান প্ৰাকৃতিক দৃশ্য থকা যাত্ৰাপথত নতুন ধৰণৰ ডবা সংলগ্ন কৰিবলৈ আগবাঢ়িছে। এই সন্দৰ্ভত ৰে’ল মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিছে। উল্লেখ্য যে এই ভিষ্টাডোম ডবাসমূহৰ মূধচত কাঁচৰ স্বচ্ছ আচ্ছাদন লগোৱা থাকিব।

ৰে’ল মন্ত্ৰীগৰাকীয়ে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ এখন ৰিভিউ মিটিঙত এই নিৰ্দেশ জাৰি কৰিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেই মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে যে এই ডবাসমূহত ভ্ৰমণ কৰিলে মুকলি আকাশৰ দৃশ্য দেখা পোৱা যাব আৰু ইয়ে ৰ’লযাত্ৰাৰ আনন্দ বহু পৰিমাণে বঢ়াই তুলিব। পৰ্যটকসকলে উত্তৰ পূব ভাৰতৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ৰে’লযাত্ৰা কৰিব পাৰিব।

Apply Now

সম্পূৰ্ণ কাঁচেৰে নিৰ্মিত আচ্ছাদনৰ এই ভিষ্টাডোম ডবাসমূহ যাত্ৰীসকলক প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰোৱাৰ সুযোগ দিয়াৰ বাবে ডিজাইন কৰা হৈছে। ইয়েই উত্তৰ পূৰ্বাঞ্চললৈ ভ্ৰমণ কৰা দেশী বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব বুলি আশা কৰা গৈছে।

উল্লেখ্য যে উত্তৰ পূব সীমান্ত ৰে’লৱেই ইতিমধ্যে য়ুনেস্কো বিশ্ব ঐতিহ্য দাৰ্জিলিং হিমালয়ান ৰে’লৱেত এই ভিষ্টাডোম ডবা সংলগ্ন কৰিছে। এই ডবাসমূহ পৰ্যটকৰ মাজত অতি জনপ্ৰপিয় হৈ পৰিছে। দাৰ্জিলিং হিমালয়ান ৰে’লৱেত সংলগ্ন কৰা ভিষ্টাডোম ডবাসমূহত স্বয়ংক্ৰিয়ভাৱে বন্ধ হোৱা দৰ্জা, যাত্ৰীসকলক তথ্য আৰু আনন্দ দিয়াৰ বাবে টেলিভিশ্যন ছেট, দীব্যাংগসকলৰ বাবে বহল দৰ্জা, জিপিএছ ভিত্তিক তথ্য প্ৰণালী আৰু এলইডি লাইটকে ধৰি ভালেমান সুবিধা আছে।

কল্কা-শিমলা ৰে’লৱে, মুম্বাই-গোৱা আৰু বিশাখাপট্টনম-আৰাকুৰ মাজত চলাচল কৰা জনশতাব্দী এক্সপ্ৰেছতো এই ডবাসমূহ ইতিমধ্যে সংলগ্ন কৰা হৈছে। লামডিং-বদৰপুৰ পাৰ্বত্য শাখা, কুমাৰঘাট-আগৰতলা পাৰ্বত্য শাখা, উজনি অসমৰ কেতবোৰ অংশতো উত্তৰ বংগৰ প্ৰাকৃতিক দৃশ্য সমৃদ্ধ বিস্তীৰ্ণ সমভুমি এলেকাৰ মাজেৰে যোৱা ৰে’লপথসমূহত এই নতুন প্ৰযুক্তিৰ ডবাসমূহ সংলগ্ন কৰা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd