• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অৰ্ণৱ গোস্বামী পাগল হৈছে, ছোনিয়া গান্ধীক কৰা সমালোচনা গৰিহণাযোগ্য : ৰাজস্থানৰ কংগ্ৰেছী মুখ্য মন্ত্ৰী অশোক গেহলট

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 22, 2020 11:01 pm

1 min read

arnab-goswami
6.8k
VIEWS
Share on FacebookShare on Twitter

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা জেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীক পাগল হৈছে বুলি কঠোৰ সমালোচনা কৰে ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটে।

মহাৰাষ্ট্ৰৰ পালঘাৰ গণহত্যা প্ৰসংগত কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী নিৰৱ হৈ আছে বুলি অভিযোগ কৰা অৰ্ণৱ গোস্বামীক সমালোচনা কৰি ৰাজস্থানৰ মুখ্য মন্ত্ৰী গেহলটে গোস্বামীক পাগল হৈছে বুলি কয়।

‘‘ছোনিয়া গান্ধীক অৰ্ণৱ গোস্বামী আক্ৰমণ কৰাটো গৰিহণা যোগ্য। অৰ্ণৱ গোস্বামী পাগল হৈছে আৰু সকলো সীমা অতিক্ৰম কৰিছে,’’ জেষ্ঠ কংগ্ৰেছী নেতা গৰাকীয়ে এনেদৰে টুইট কৰি কটাক্ষ কৰে সাংবাদিকজনক।

অশোক গেহলটে অৰ্ণৱ গোস্বামীয়ে লগতে নিজেই লাজ পোৱা উচিত বুলিও কয়।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰ পালঘাৰত দুগৰাকী হিন্দু সন্তক উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল আৰু এই সন্দৰ্ভত নিজৰ টেলিভিশ্যনত অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী নিমাত হৈ থকা বাবে সমালোচনা কৰিছিল।

মহাৰাষ্ট্ৰ পালঘৰ গণপ্ৰহাৰৰ ঘটনাৰ প্ৰসংগতে এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ সম্পাদক শেখৰ গুপ্তাৰ বিৰু্দ্ধে গুৰুতৰ অভিযোগ তুলি অৰ্ণৱ গোস্বামীয়ে গীল্ডৰ সদস্যপদ ত্যাগ কৰাৰ কথা সোমবাৰে ঘোষণা কৰিছিল।

Recent News

Sibsagar

আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ আন এক উদ্ভাৱন ‘মনোৰথ’

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd