• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তান্ত্ৰিকৰ ভাগ্য ঘুৰাই অনাৰ পৰামৰ্শ; বাতিল হোৱা পুৰণি নোট কিনি পূজা কৰা যুৱক সোমাল ৰঙাঘৰত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2020 1:11 pm

2 min read

representative image

প্ৰতিনিধিত্বমূলক ফটো।

949
VIEWS
Share on FacebookShare on Twitter

আৰ্থিক দিশত কিছু বেয়া দিন চলিছিল যুৱকজনৰ। হাতত টকা-পইচাৰ নাটনি। মানসিকভাৱে দুৰ্বল হৈ পৰা এনে পৰিস্থিতিত পৰামৰ্শ ল’লে এক তান্ত্ৰিকৰ। সেই তান্ত্ৰিকৰ পৰামৰ্শই এইবাৰ কাল হৈ পৰিল যুৱকৰ।

তান্ত্ৰিকৰ পৰামৰ্শ মতেই পুৰণি বাতিল নোট কিনি সেই নোটৰ পূজা কৰিলে ৰাজস্থানৰ এজন ৩৫বছৰীয়া যুৱক হনুমান সিঙে।

কিন্তু এই কাম কৰিবলৈ গৈ বিপদতহে পৰিল যুৱকজন। বাতিল হোৱা পুৰমি নোট লগত ৰখাৰ বাবে নাগাউৰ থানাৰ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে।

আৰক্ষীৰ জেৰাত হনুমান সিঙে জানিবলৈ দিয়ে যে আৰ্থিক সংকটৰ মাজতে তান্ত্ৰিক এজনৰ কবলত পৰে তেওঁ। তান্ত্ৰিকজনে তেওঁক পুৰণি নোট কিনি পূজা কৰিলে তেওঁৰ ভাগ্য ঘুৰি আহিব বুলি পৰামৰ্শ দিয়ে।

হনুমান সিঙে তান্ত্ৰিকৰ কথা মতেই নয়ন সিং ৰাজপুৰোহিত নামৰ ব্যক্তি এজনৰ পৰা ১লাখ টকাৰ বিনিময়ত ৫লাখ ২০হাজাৰ টকা মূল্যৰ পুৰণি বাতিল নোট কিনি আনে। কিনি অনা সেই নোটৰ আটাইখিনিয়ে আছিল পুৰণি ৫০০টকীয়া নোট।

ইয়াৰ পাছত হনুমান সিঙে সেই বাতিল পুৰণি নোট এজন আত্মীয়ৰ তাত ডেৰ লাখ টকাত বিক্ৰী কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে গোপন সূত্ৰ অনুসৰি খৱৰ লাভ কৰাৰ পাছত হনুমান সিঙক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ তদন্তত তান্ত্ৰিকৰ পৰামৰ্শৰ কথা পোহৰলৈ আহে। লগতে যিগৰাকী ৰাজপুৰোহিত নামৰ ব্যক্তিৰ পৰা পুৰণি বাতিল নোট ক্ৰয় কৰিছিল তেয়া হিচাপ বহিৰ্ভূত টকা আছিল। নোট বাতিলৰ পাছত সেই টকা ৰাজপুৰোহিতে বেংকত জমা দিব পৰা নাছিল।

হনুমান সিঙে পুৰণি সেই বাতিল নোটসমূহ পঞ্জাৱলৈ পঠিয়াই দিব বিচাৰিছিল যদিও তাৰ পূৰ্বে আৰক্ষীৰ জালত পৰে।

আৰক্ষীয়ে অধিক তথ্যৰ বাবে হনুমান সিঙৰ জেৰা অব্যাহত ৰাখিছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd