• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইয়াকে কয় উপহাৰ! বিবাহবাৰ্ষিকীত পত্নীক চন্দ্ৰত মাটি কিনি দলে এইগৰাকী ভাৰতীয় ব্যৱসায়ীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 27, 2020 4:30 pm

2 min read

WhatsApp Image 2020-12-27 at 4.00.25 PM

ফটো: সংগৃহিত।

406
VIEWS
Share on FacebookShare on Twitter

আকাশৰ জোনটো প্ৰেমিকাক আনি দিয়াৰ স্বপ্ন বহু প্ৰেমিকৰে থাকিলেও বাস্তৱত সেয়া সপোনৰে নামান্তৰ। কিন্তু ৰাজস্থানৰ ধৰ্মেন্দ্ৰ অনিজাৰ বাবে কথাটো কিছু সুকীয়া।জোনটো নহ’লেও পত্নীক দিলে এক বিৰল উপহাৰ।

যোৱা ২৪ ডিচেম্বৰত ৰাজস্থানৰ আজমীৰৰ বাসিন্দা ধৰ্মেন্দ্ৰ অনিজা আৰু স্বপ্না অনিজাৰ অষ্টম বিবাহবাৰ্ষিকী আছিল। সাধাৰণতে এই দিনটোত ইজনে-সিজনক মূল্যবান উপহাৰ দিয়েই আহিছে।

কিন্তু এইবাৰ ধৰ্মেন্দ্ৰ অনিজাই পত্নীক দিলে এক বিশেষ উপহাৰ। বিবাহবাৰ্ষিকীত পত্নীক চন্দ্ৰত মাটি কিনি দিলে ব্যৱসায়ীগৰাকীয়ে। এয়া কাহিনী নহয়, বাস্তৱ।

ধৰ্মেন্দ্ৰই চন্দ্ৰৰ তিনি একৰ মাটি ক্ৰয় কৰিছে আৰু সেই মাটি পত্নী স্বপ্নাৰ নামত লিখি দিছে।

ধৰ্মেন্দ্ৰই এইবাৰ পত্নীক এক ব্যতিক্ৰমী উপহাৰ দিয়াৰ কথা ভাৱি আছিল আৰু অষ্টম বিবাহবাৰ্ষিকীত চন্দ্ৰত এটুকুৰা মাটি কিনি দিয়াৰ পৰিকল্পনা কৰিছিল।

পৰিকল্পনা অনুসৰি, এবছৰ পূৰ্বৰে পৰা তেওঁ এই পৰিকল্পনা কৰিছিল আৰু গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ এবছৰ সময় লাগি যায়।

বাতৰি অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ লুনা ছচাইটি ইন্টাৰনেশ্যনেলৰ পৰা ধৰ্মেন্দ্ৰ অনিজাই তিনি একৰ মাটি কিনিছিল।

চন্দ্ৰত মাটি কিনি ধৰ্মেন্দ্ৰ অনিজা অত্যন্ত আনন্দিত। কিয়নো তেওঁ জানিবলৈ দিয়ে যে তেওঁৱেই চন্দ্ৰত মাটি কিনা ৰাজস্থানৰ প্ৰথমগৰাকী ব্যক্তি।

এনে বিৰল উপহাৰ লাভ কৰি আনন্দত অধীৰ হৈ পৰিছে ধৰ্মেন্দ্ৰৰ পত্নী স্বপ্না। তেওঁ জানিবলৈ দিয়ে যে এই উপহাৰটো পোৱাৰ পাছত তেওঁ নিজকে চন্দ্ৰত বহি থকা বুলি অনুভৱ কৰিছে। তেওঁ যেন এতিয়াও কথাটো বিশ্বাসেই কৰিব পৰা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে শ্বাহৰুখ খান আৰু সুশান্ত সিং ৰাজপুতে চন্দ্ৰত মাটি কিনিছিল। তদুপৰি বৌধগয়াৰ এগৰাকী ব্যক্তিয়েও চন্দ্ৰত ১ একৰ মাটি ক্ৰয় কৰিছিল।

Recent News

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd