DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আঁতৰা নাই ৰাজস্থানৰ ৰাজনৈতিক সংকটঃ কোনো নেতাৰ পক্ষতে নাই ৰাহুল গান্ধী!

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 30, 2022 12:28 pm
rahulll
89
VIEWS
Share on FacebookShare on Twitter

ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদকলৈ এতিয়া বিসম্বাদ তুংগত উঠিছে। অশোক গেহলট আৰু তেওঁৰশচীন পাইলটৰ মাজত এতিয়া ক্ষমতাকেন্দ্ৰিক যুঁজে টৰম সীমা অতিক্ৰম কৰিছে।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সোমবাৰে দুয়োজন নেতাকে দলৰ “সম্পত্তি” বুলি অভিহিত কৰাৰ কথাই নতুন ৰাজনৈতিক অংকৰ ইংগিত দিছে। ভাৰত জোড়ো যাত্ৰাৰ সময়ত ইন্দোৰৰ সমীপতে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছৰ দুয়োজন নেতাৰ মাজৰ সংঘাতে তেওঁৰ পদযাত্ৰাক প্ৰভাৱান্বিত নকৰে। তেওঁলোক দুয়োজনেই কংগ্ৰেছ দলৰ সম্পদ বুলি ৰাহুলে মন্তব্য কৰে।

উল্লেখ্য যোৱাশেহতীয়াকৈ গেহলটে এক সাক্ষাৎকাৰত কৈছে যে পাইলট এজন ‘গদ্দাৰ’ (বিশ্বাসঘাতক) । পাইলটে ২০২০ চনত কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল বুলিও গেহলটে মন্তব্য কৰিছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত কয় যে প্ৰয়োজন হ’লে, দলটোৱে “কঠোৰ সিদ্ধান্ত” লোৱাৰ পৰা আঁতৰি নাথাকিব। ৰাজস্থানত দলটোক শক্তিশালী কৰিবলৈ কোনো আপোচ কৰা নহ’ব বুলিও ৰমেশে কয়। উল্লেখ্য শেহতীয়াকৈ শচীন পাইৱলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰী নাপাতিলে কংগ্ৰেছ ত্যাগ কৰিব বুলি ৰাজ্য খনৰ বহু জনজাতীয় নেতাই হুংকাৰ দিছে।

Recent News

Union Budget 2023-24: আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী? বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হ’ল সময় সীমা

Union Budget 2023-24: আৰু কিমান দিন চলাব পাৰিব পুৰণি গাড়ী? বাজেটত নিৰ্দ্ধাৰণ কৰি দিয়া হ’ল সময় সীমা

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু

জম্মু-কাশ্মীৰৰ গুলমাৰ্গত হিমস্খলনত দুই বিদেশী পৰ্যটকৰ মৃত্যু

কপাল ফুটিল আদানিৰ, কপাল ফুলিল আম্বানীৰ! পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হ’ল আম্বানী

কপাল ফুটিল আদানিৰ, কপাল ফুলিল আম্বানীৰ! পুনৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হ’ল আম্বানী

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd