• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰী : কংগ্ৰেছ-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

NE NOW NEWS মিণ্টু দাস
নগাঁও , August 16, 2018 3:53 pm

2 min read

Rajen gohain nagaon protest photo
89
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে। ৰাজেন গোঁহাইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ তথা তেখেতৰ নিজা গৃহ জিলাৰ বিভিন্ন ঠাইত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ নগাঁও জিলা সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

কেইবা শতাধিক কৰ্মী ৰাজপথত ওলাই আহি এই অঞ্চলসমূহত ৰাজেন গোঁহাই গ’বেক, ৰাজেন গোঁহাই হায় হায়, ৰাজেন গোঁহাইক মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰক, ৰাজেন গোঁহাই  মুৰ্দাবাদ আদি ধ্বনিৰে আকাশ-বতাহ উত্তাল কৰি তোলে।

উক্ত সংগঠন দুটাৰ প্ৰতিবাদকাৰীসকলে গোঁহাইৰ প্ৰতিকৃতিও দাহ কৰে। আনকি, প্ৰতিবাদকাৰীসকলে ৰাজেন গোঁহাইয়ে অতি শীঘ্ৰে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰাৰ লগতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক দাবী জনায়। ইয়াৰ উপৰি জিলা প্ৰশাসনক তেওঁলোকে ৰাজেন গোহাঁইৰ বিৰুদ্ধে স্মাৰক পত্ৰও প্ৰদান কৰে।

উল্লেখ্য যে, আনহাতে, নগাঁও জিলাৰ বৰকোলা, দক্ষিণাপাট, কামপুৰ, মহমৰিয়া, বটদ্ৰৱাৰ হাতীযুজুঁৱা আদি অঞ্চলত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে দল-সংগঠন দুটাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

উল্লেখ্য যে, কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে জিলাখনৰ দেউৰী গাঁৱৰ এগৰাকী বিবাহিতা মহিলাই তেওঁক চাকৰি দিয়াৰ প্ৰলোভনেৰে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত নগাঁও সদৰ থানাত এক গোচৰ ৰুজু কৰিছিল। তেওঁৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ ৰুজু হোৱাৰ পিছৰ পৰাই ৰাজ্যৰ ৰাজনীতিত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd