• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিয়াবৰৰ শিলঘাট ৰে’ল ষ্টেইশ্যন অচিৰেই জিলিকি উঠিব দেশৰ ৰে’ল-মানচিত্ৰত : ৰাজেন গোহাঁই

NE NOW NEWS
কলিয়াবৰ , September 23, 2018 4:03 pm

1 min read

কলিয়াবৰৰ শিলঘাট ৰে’ল ষ্টেইশ্যন অচিৰেই জিলিকি উঠিব দেশৰ ৰে’ল-মানচিত্ৰত : ৰাজেন গোহাঁই
247
VIEWS
Share on FacebookShare on Twitter
কলিয়াবৰৰ শিলঘাট ৰে’ল ষ্টেশ্যন অচিৰেই জিলিকি উঠিব দেশৰ ৰে’ল- মানচিত্ৰত। সকলো সধৰণৰ সা-সুবিধা উপলব্ধ হ’ব এই শিলঘাট ৰে’ল ষ্টেশ্যনত এই ঘোষণা ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ ঘোষণা।
শনিবাৰে শিলঘাটত উপস্থিত হৈ ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে কয়, ‘বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  প্ৰতি পৰ্যটকৰ যাতায়াতৰ সা-সুবিধাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ ভিতৰত শিলঘাট ৰে’ল ষ্টেশ্যনক সংযোগ কৰা হ’ব দূৰণিবটীয়া ৰেলসেৱাৰে।
আনহাতে ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইয়ে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ উচ্চপদস্থ বিষয়াৰে কালি অৰ্থাৎ ২২ ছেপ্টেম্বৰত শিলঘাট ৰে’ল ষ্টেইশ্যনতে এক বৈঠকতো মিলিত হয়।
ইফালে দীৰ্ঘদিনীয়া কলিয়াবৰৰ ৰাইজৰ আশা আৰু দাবীক সন্মান জনাই শেহতীয়াকৈ শনিবাৰে অৰ্থাৎ ২২ ছেপ্টেম্বৰত মন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন ৰে’ল ষ্টেইশ্যনৰ লগত ফেৰ মাৰবি পৰাকৈ এক নতুন ৰূপ দিবলৈ কাৰ্যপন্থা হাতত লোৱাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd