• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাত নামনি অসমৰ আয়ুক্ত ৰাজেশ প্ৰসাদৰ নিৰাপত্তাৰ বিভিন্ন দিশ পৰ্যালোচনা

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
August 13, 2020 5:15 pm
265
VIEWS
Share on FacebookShare on Twitter

বাংগালুৰু আৰু অসমৰ ঢেকীয়াজুলিত সংঘটিত শেহতীয়া হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে বৰপেটাকে ধৰি কেতবোৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।

সেয়েহে, আজি  বিটিচিৰ প্ৰশাসক তথা নামনি অসমৰ মাণ্ডলিক আয়ুক্তৰ দায়িত্বত থকা প্ৰধান সচিব ৰাজেশ প্ৰসাদে বৰপেটা জিলালৈ আহি নিৰাপত্তা বিষয়ক এখন জৰুৰী সভাত অংশগ্ৰহণ কৰে।

এই সভাতে জেষ্ঠ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়াজনে জিলা প্ৰশাসনক দুষ্কৃতিকাৰীৰ যিকোনো সাম্ভাব্য  কূটাঘাটমূলক ঘটনাৰ প্ৰতি তীব্ৰ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী, নাগৰিকত্ব আইনৰ সংশোধনী, ৰাম মন্দিৰ আদি বিভিন্ন বিতৰ্কিত বিষয়কলৈ এচাম লোকৰ মাজত উদ্ভৱ হোৱা  অসন্তুষ্টিৰ সুবিধা লৈ সমাজ বিৰোধী শক্তি সমূহে যাতে কোনোধৰণৰ অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সষ্টম হৈ থাকিবলৈ তেওঁ নিৰাপত্তাৰক্ষী বাহিনী সমূহক নিৰ্দেশ দিয়ে।

সভাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, জিলা আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰ সিং, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰণব কুমাৰ শৰ্মা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ উপ-অধিনায়ক ৰাজীৱ লোচন, সীমা সুৰক্ষা বলৰ উপ অধিনায়ক সন্দীপ পুনীয়া, বজালীৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, জিলাৰ পাচঁ গৰাকী অতিৰিক্ত উপায়ুক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে বিষয়া সকল উপস্থিত থাকে।

পৰবৰ্তী পৰ্যায়ত বিষয়টো পুনৰ পৰ্যালোচনা কৰিব বুলিও প্ৰধান সচিব গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে, উক্ত সভাতে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে ল’বলগীয়া নিৰাপত্তামূলক ব্যৱস্থা সমূহৰো তেওঁ বুজ লয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd