• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনীতিত প্ৰৱেশ মেগাষ্টাৰ ৰজনীকান্তৰ, ৩১ ডিচেম্বৰত কৰিব দল ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 3, 2020 1:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্দান্ত অভিনয়ৰ জৰিয়তে দেশবাসীৰ অতি আপোন হোৱা দক্ষিণ ভাৰতীয় চিনেমাৰ ছুপাৰষ্টাৰ ৰজনীকান্তে অৱশেষত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰে।

ৰজনীকান্তে এটা নতুন দল গঠনৰ কথা ঘোষণা কৰিছে। দলটো জানুৱাৰিত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ ঘটিব। এই সকলো কথা ৩১ ডিচেম্বৰত ঘোষণা কৰা হ’ব।

Apply Now

ৰজনীকান্তে এটা টুইটৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে।

উল্লেখ্য যে তামিলনাডুৰ বিধানসভা নিৰ্বাচন অহা বছৰৰ এপ্ৰিল-মে’ মাহত হ’ব। আৰু ইয়াৰ আগমূহুৰ্তত ৰজনীকান্তৰ সক্ৰিয় ৰাজনীতিত প্ৰৱেশে নিশ্চিতৰূপে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

তেওঁৰ দলটোৱে বিধানসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাটো সম্পূৰ্ণ নিশ্চিত।

ইয়াৰ পূৰ্বে সোমবাৰে চেন্নাইত ৰজনীকান্তে তেওঁৰ সমৰ্থকসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক কৰিছিল। সমৰ্থকসকলৰ সৈতে বৈঠকৰ অন্তত তেওঁ অতি শীঘ্ৰে ৰাজনীতিত প্ৰৱেশ কৰা সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব বুলি কৈছিল।

ৰজনীকান্তে কৈছিল যে তেওঁ ‘ৰজনী মক্কল মদ্ৰম’(আৰ এম এম)ৰ জিলা সচিবসকলক সাক্ষাৎ কৰি ৰাজনীতিত প্ৰৱেশৰ বিষয়ে আলোচনা কৰিছিল।

অন্তিম মাহত অভিনেতাজনে ইংগিত দিছিল যে তেওঁৰ ৰাজনীতি প্ৰৱেশত আৰু অধিক সময় লাগিব পাৰে। অক্টোবৰত ৰজনীকান্তে লিখা এখন পত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈছিল, য’ত তেওঁৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসকসকলৰ চিন্তাৰ কথা কৈছিল।

অৱশ্যে পিছত ৰজনীকান্তে এই চিঠিখন ভুৱা বুলি কৈছিল। ৰজনীকান্তক ৰাজনীতিত প্ৰৱেশ নকৰিবলৈ চিকিৎসকসকলে বাৰম্বাৰ অনুৰোধ জনাই আহিছে।

উল্লেখ্য যে যোৱা দুবছৰৰ পৰা ৰজনীকান্ত ৰাজনীতিৰ সৈতে জৰিত হৈ আছে যদিও সক্ৰিয় ৰূপত ৰাজনীতিত প্ৰৱেশ কৰা নাছিল।

এতিয়া ৰজনীকান্তৰ নতুন দলটো গঠন হোৱাৰ পিছত তামিলনাডুৰ ৰাজনীতিত কেনে প্ৰভাৱ পৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

২০২৩ চনৰ আইন উলংঘা কৰি জ্ঞানেশ কুমাৰ আৰু দুই আয়ুক্তক নিযুক্তি? উচ্চতম ন্যায়ালয়ত ৰুজু গোচৰ

October 8, 2026 3:14 pm
“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

“জ্ঞানেশ কুমাৰ গাদী এৰক!” বেংগালুৰুত চিজেপিৰ প্ৰতিবাদত ধ্ৰুৱ ৰাঠী আৰু প্ৰকাশ ৰাজ

October 8, 2026 2:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

গুজৰাটত উদ্ধাৰ হ’ল বিশ্বক আচৰিত কৰা দুটা মূৰ আৰু চাৰিটা চকু থকা এক বিৰল সাপ

October 8, 2026 3:40 pm
লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত সামৰিবলৈ উঠি পৰি লাগিছে চিবিআই! আদালত আপত্তি অভিযোগকাৰীৰ

October 8, 2026 3:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd