DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

১০০ খন নতুন সৈনিক স্কুল স্থাপন হ’ব দেশত; ঘোষণা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 8, 2022 6:13 pm
Rajnath Singh
235
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰিছে। মন্ত্ৰীজনে সৈনিক বিদ্যালয়ৰ ওপৰত ৱেবিনাৰৰ অধ্যক্ষতা কৰাৰ সময়ত প্ৰতিৰক্ষা বিভাগ আৰু সৈনিক স্কুল চ’চাইটিক প্ৰদৰ্শন আৰু অডিটৰ আধাৰত সকলো সৈনিক বিদ্যালয়ৰ ৰেংকিঙৰ বাবে এক প্ৰণালী প্ৰস্তুত কৰিবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ ফলত বিদ্যালয়সমূহৰ মাজত এক স্বাস্থ্যকৰ প্ৰতিযোগিতা ৰক্ষা হোৱাৰ লগতে বিভিন্ন উদ্ভাৱনৰ চেষ্টা কৰিবলৈ উৎসাহ প্ৰদান কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

তেওঁ লগতে কয় যে পাঠ্যক্ৰমৰ লগতে শিশুসকলক দেশপ্ৰেম আৰু ৰাষ্ট্ৰৰ প্ৰতি আনুগত্যৰ শিক্ষা দিব লাগে; কিয়নো ই তেওঁলোকৰ চৰিত্ৰ গঢ়ি তোলাত সহায় কৰিব আৰু দেশক লাভান্বিত কৰিব।

১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপনে যুৱতীসকলক সশস্ত্ৰ বাহিনীত যোগদান আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত অৰিহণা যোগোৱাৰ সুযোগ প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়।

চৰকাৰে সশস্ত্ৰ বাহিনীত মহিলাৰ ভূমিকা বৃদ্ধিত বিশ্বাস কৰে আৰু সৈনিক বিদ্যালয়ত যুৱতীৰ নামভৰ্তিৰ পথ মুকলি কৰা আৰু মহিলা বিষয়াসকলক স্থায়ী আয়োগ প্ৰদান কৰাকে ধৰি সেই দিশত কেইবাটাও পদক্ষেপ লোৱা হৈছে, এক চৰকাৰী বিবৃতিত কোৱা হৈছে।

সিঙে লগতে কয় যে চৰকাৰে সমাজৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত এক দৃঢ় ভেটি স্থাপনৰ উদ্দেশ্যে দেশৰ যুৱপ্ৰজন্মক উন্নত মানদণ্ডৰ শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

“ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা ১৭ টা বহনক্ষম উন্নয়ন লক্ষ্যৰ ভিতৰত গুণগত শিক্ষা হৈছে চতুৰ্থ। ‘মানদণ্ড শিক্ষা’ৰ অধীনত আন কেইবাটাও লক্ষ্য আছে। এই লক্ষ্যবোৰ প্ৰাপ্ত কৰাটো আমাৰ শক্তিশালী ৰাজনৈতিক প্ৰতিশ্ৰুতি।”

“সৰ্ব শিক্ষা অভিযান আৰু ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ দৰে কেইবাটাও আঁচনি চলি আছে। ১০০ খন নতুন সৈনিক বিদ্যালয় স্থাপন কৰাটো সেই দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।” তেওঁ কয়।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd