• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ প্ৰথমটো কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা ৰাজনাথ সিঙৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 23, 2020 8:33 pm
Rajnath-Singh-1140x570

ৰাজনাথ সিং

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিডিঅ’ কনফাৰেঞ্চৰ মাধ্যমেৰে বৃহস্পতিবাৰে দেশৰ প্ৰথমটো কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰা ভ্ৰাম্যমাণ পৰীক্ষাগাৰ দেশৰ নামত উৎসৰ্গা কৰে।

দেশৰ প্ৰথমটো ভ্ৰাম্যমাণ কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰা পৰীক্ষাগাৰৰ নাম ৰাখা হৈছে ‘মোবাইল বি এছ এল-৩ ভি আৰ ডি এল লেব’।

Apply Now

পৰীক্ষাগাৰটো ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা বিকাশ মন্ত্ৰ্যালয়ে(ডি আৰ ডি অ’) হায়দৰাবাদৰ ই এছ আই চি মেডিকেল কলেজ এণ্ড হস্পাতালৰ সহযোগত নিৰ্মাণ কৰি উলিয়াই।

পৰীক্ষাগাৰটো মুকলি অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’ আৰু ই এছ আই চিক কৃতজ্ঞতা জ্ঞাপন কৰে।

এই পৰীক্ষা পদ্ধতিৰ সহায়ত এদিনতে ১,০০০ কৈ অধিক সংখ্যক লোকক কোভিদ-১৯-ৰ নমুনা সংগ্ৰহ কৰিব পৰা যাব যাৰ ফলত দেশৰ ক’ৰ’নাৰ বিৰুদ্ধে যুঁদ্ধ অধিক শক্তিশালী হ’ব বুলি সিঙে লগতে কয়।

অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ কুমাৰ গংগৱাৰে ডি আৰ ডি অ’ আৰু ই এছ আই চিয়ে কম সময়ৰ ভিতৰতে ভ্ৰম্যমাণ পৰীক্ষাগাৰটো প্ৰস্তুত কৰি উলিওৱা বাবে ধন্যবাদ জ্ঞাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল দেৱাশীষ শৰ্মাৰ

October 4, 2026 8:45 am
ক্ষমা বিচৰাৰ দাবী প্ৰত্যাখ্যানৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

ক্ষমা বিচৰাৰ দাবী প্ৰত্যাখ্যানৰ পিছতে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

October 4, 2026 8:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

নিৰ্বাচনী প্ৰচাৰৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আইফোন বিচাৰিলে অনুৰাগীয়ে! তাৰপিছত কি ক’লে ‎মুখ্যমন্ত্ৰীগৰাকীয়ে? ‎

October 4, 2026 9:06 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 4, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd