DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়: কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
April 2, 2022 6:24 pm
ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়: কি ক’লে সাংসদ গৌৰৱ গগৈয়ে?
164
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় সন্দৰ্ভত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

কৌশলেৰে দুখন আসন দখল কৰাৰ বাবে বিজেপিক শুভেচ্ছা জনাই সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন- এতিয়া পেট্ৰ’ল-ডিজেলৰ মূল্য কমাবনে?

এআইইউডিএফৰ লগত মুখ্যমন্ত্ৰীৰ হৃদয়ৰ মিল আছে বুলিও কটাক্ষ কৰে সাংসদ গগৈয়ে।

অসমত এতিয়া ৰাজনৈতিক আদৰ্শ নাইকিয়া হৈ গৈছে, ৰাজনীতি কেৱল সুবিধাবাদত পৰিণত হৈছে বুলিও উল্লেখ কৰে সাংসদ গৌৰৱ গগৈয়ে।

আনহাতে চিৰাজুদ্দিন আজমলৰ অসমীয়া বিদ্বেষ সন্দৰ্ভতো গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে কিছুমান মন্তব্য নকৰাটোৱেই ভাল। যোৱা বিধানসভা নিৰ্বাচনতো এআইইউডিএফৰ একাংশ নেতাই প্ৰতিক্ৰিয়াশীল মন্তব্য কৰিছিল বুলি মন্তব্য কৰি গগৈয়ে কয় যে অসমীয়াৰ আবেগত আঘাত হানিব পৰা কোনো কথা কোনেও ক’ব নালাগে।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনক এক ৰাজনৈতিক যুদ্ধ বুলি অভিহিত কৰি গগৈয়ে কয় যে কংগ্ৰেছে ভালদৰেই এই যুদ্ধত অৱতীৰ্ণ হ’ব।

ৰাইজে ভোট দি শাসনত বহুওৱা বিজেপিয়ে এতিয়া মূল্যবৃদ্ধিৰে ৰাইজৰ কঁকাল ভাঙি দিয়া বুলিও তেওঁ কয়।

Recent News

গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

গুণোৎসৱৰ বতৰ: ৰাজ্যৰ এখন চৰকাৰী বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীত

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

Man-Elephant Conflict: ৰংজুলিত বন্যহস্তীৰ তাণ্ডৱ; ভাঙিলে কেইবাটাও বাসগৃহ, দৌৰি প্ৰাণৰক্ষা পৰিয়ালৰ লোকৰ

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

জো বিডেনৰ এছিয়া ভ্ৰমণৰ সময়তে পাৰমানৱিক অস্ত্ৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি উত্তৰ কোৰিয়াৰ!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Google in Russia: জব্দ বেংক একাউণ্ট, ৰাছিয়াত নিজকে দেউলিয়া ঘোষণা কৰাৰ পথত গুগল!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd