• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

BMWৰ দ্বাৰা ফুটপাথত শুই থকা যুৱকক মহতিয়াই নিলে সাংসদৰ সুৰাপায়ী কন্যাই! গ্ৰেপ্তাৰৰ পাছতেই জামিন লাভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 19, 2024 2:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্নাইত এইবাৰ পুনেৰ পৰ্ছে কাণ্ডসদৃশ অনুৰূপ ঘটনা সংঘটিত হৈছে। পদপথত শুই থকা এজন যুৱকক গাড়ীৰে থেতেলিয়াই পেলোৱাৰ অভিযোগ সাংসদ-কন্যাৰ বিৰুদ্ধে উত্থাপন হৈছে। অভিযোগ অনুসৰি মদ্যপান কৰি গাড়ী চলাইছিল। এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পি পৰে। জানিব পৰা মতে অভিযুক্ত যুৱতীগৰাকীৰ পিতৃ ৰাজ্যসভাৰ সাংসদ। ঘটনাৰ পাছতে সাংসদগৰাকীৰ কন্যাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু কিছু মুহূৰ্তৰ ভিতৰতে তেওঁক জামিনত মুকলি কৰি দিয়া হ’ল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ৱাই এছ আৰ কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ বেদ মস্তান ৰাওৰ কন্যা মাধুৰী সোমবাৰে নিশা প্ৰেমিকা সৈতে বি এম ডব্লিউ গাড়ীৰে উভতি আহিছিল। মাধুৰীয়ে গাড়ীখন চলাই আছিল।নিশা বসন্তনগৰ অঞ্চলৰ ফুটপাথত এজন যুৱক শুই আছিল কিন্তু বিএমডব্লিউৰ গাড়ীখনে নিদ্ৰাৰত যুৱকজনক মহতিয়াই নিয়ে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত তেওঁ গাড়ীখন লৈ পলায়ন কৰে। অৱশ্যে তেওঁৰ প্ৰেমিকেয গাড়ীৰ পৰা নামি স্থানীয় লোকৰ সৈতে কাজিয়া আৰম্ভ কৰাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় লোকে ভুক্তভোগীক উদ্ধাৰ কৰি ৰক্তাক্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে, ঘটনাৰ তদন্ত আৰম্ভ হৈছে। অৱশ্যে জামিনত মুকলি কৰি দিয়া হয় অভিযুক্তক। আৰক্ষীয়ে জনোৱা মতে, মৃত যুৱকজন পেছাত এজন চিত্ৰশিল্পী। মাত্ৰ আঠ মাহ আগতে তেওঁৰ বিয়া হৈছিল। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবীত মৃতকৰ আত্মীয় আৰু স্থানীয় লোক থানাত সমবেত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি ফুটেজ তদন্ত কৰে। জানিব পৰা মতে যুৱকজনক খুন্দা মৰা গাড়ীখন সাংসদ বেদ ৰাওৰ কোম্পানীৰ গাড়ী। সেই ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাধুৰীক। অৱশ্যে গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁ থানাৰ পৰা জামিন লাভ কৰে।

Apply Now

জগনমোহন ৰেড্ডীৰ দলে ২০২২ চনত বেদক ৰাজ্যসভালৈ প্ৰেৰণ কৰিছিল। কিন্তু তেওঁৰ আগতে তেওঁ বিধায়ক আছিল। ৰাজনীতিৰ লগত তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক। ইয়াৰ বাহিৰেও বেদ সাগৰীয় খাদ্যৰ ব্যৱসায়ৰ লগত জড়িত। তেওঁৰ কোম্পানী বিএমআৰ অতি জনপ্ৰিয়। মাধুৰীয়ে জামিন লাভ কৰাত ক্ষুব্ধ হৈ পৰিছে বহু লোক। তেওঁলোকৰ প্ৰশ্ন, ৰাজনৈতিক প্ৰভাৱৰ বাবে বেদে ছোৱালীজনীক জামিনত মুকলি কৰি দিলে নেকি?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

নগাঁও লোকসভা উপ-নিৰ্বাচনৰ বাবে ২,১১২টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটদান

October 6, 2026 9:44 am
বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী তালিকাত নাই দুই কেন্দ্ৰীয় মন্ত্ৰীৰ নাম; শীঘ্ৰেই মন্ত্ৰীসভাৰ সালসলনি!

October 6, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd