• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে অসমীয়া জাতি সত্তাৰ ভেঁটি ধ্বংস কৰাত লাগি পৰিছে”-অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
March 4, 2022 2:54 pm
WhatsApp Image 2022-03-04 at 12.28.21 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই এক সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনৰ বিৰুদ্ধে অসমীয়া জাতি সত্তাৰ ভেঁটি ধ্বংস কৰাৰ লগতে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কয়, “এই চৰকাৰে মাটি আৰু ভেঁটি নিলাম কৰি আক্ৰমণ আৰম্ভ কৰিছে। আচলতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কাৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ক্ষমতাত বহিল সেয়া লাখটকীয়া প্ৰশ্ন ৰূপে বিবেচিত হৈছে।”

Apply Now

ৰাজ্য চৰকাৰখনক সাৱধানবাণী শুনাই অজিত ভূঞাৰ মন্তব্য-“জুইৰ লগত খেলা নকৰিলেই চৰকাৰৰ মঙ্গল।”

লগতে পঢ়ক: ইউৰোপৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি প্ৰকল্প জব্দ কৰিলে ৰাছিয়াই

ভূঞাই লগতে কয়, ‘’কাছাৰ আৰু জাগীৰোড কাগজ কল একপ্ৰকাৰ বিক্ৰী কৰিবলৈ লৈ শৰ্মা চৰকাৰে ৰাইজক বিশ্বাসঘাতকতা কৰিছে। এই দুটা কাগজ কল ভৱিষ্যৎ প্ৰজন্মৰ বাবে চূড়ান্ত বিশ্বাসঘাতকতাৰ প্ৰতীক হিচাপে স্মৰণীয় হ’ব।”

তদুপৰি, কাগজ কল দুটাৰ যন্ত্ৰ-পাতি পানীৰ দৰত বিক্ৰী কৰি “শ্বাহ”ৰ পুত্ৰৰ হাতত তুলি দিবলৈ চৰকাৰ উঠি পৰি লাগিছে বুলি উল্লেখ কৰি “এইখন মাফিয়াৰ চৰকাৰ” বুলিও ভূঞাই মন্তব্য কৰে।

আনহাতে, মাজুলী নিৰ্বাচন সন্দৰ্ভতো ভূঞাই মন্তব্য কৰি কয়,”মাজুলীৰ ভোটাৰ ৰাইজে বিজেপি দল আৰু চৰকাৰৰ আচল চৰিত্ৰ বুজি পাইছে। আমি আশাবাদী, এইবাৰ মাজুলীবাসীয়ে খিলঞ্জীয়া বিৰোধী, জাতি বিৰোধী চৰকাৰখনক উপযুক্ত প্ৰত্যুত্তৰ দিব। এটা নতুন পুৱাৰে এইবাৰ মাজুলীবাসীয়ে পৰিৱৰ্তনৰ নতুন দিগন্তৰ সূচনা কৰিব বুলি আমি আশাবাদী।‘’

লগতে পঢ়ক: ইউক্ৰেইনৰ ৰাজধানীত গুলীবিদ্ধ ভাৰতীয় ছাত্ৰ: চিকিৎসালয়ত ভৰ্তি

ইপিনে, মাজুলী উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ যোগ্যতাক লৈও তীৰ্যক মন্তব্য কৰি ভূঞাই কয়,”ভুৱন গামৰ অতীত ভাল নহয়। সোণাপুৰত এটা মিউজিয়াম জ্বলাই দিয়া বিষয়টোৰে একো তদন্ত নহ’ল।‘’

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd