• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“ৰামৰ ভৰসাত চলি আছে যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰৰ স্বাস্থ্য বিভাগ!” : কোনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2021 4:49 pm
233
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰপ্ৰদেশ চৰকাৰক তীক্ষ্ণ সমালোচনা কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

ৰাজ্যখনৰ সৰু চহৰ আৰু গ্ৰাম্যাঞ্চলৰ চিকিৎসা ব্যৱস্থাৰ দুৰৱস্থাৰ বাবে উচ্চ ন্যায়ালয়ে চৰকাৰক সমালোচনা কৰিছে।

ন্যায়াধীশ সিদ্ধাৰ্থ বাৰ্মা আৰু অজিত কুমাৰেৰে গঠিত এখন বিচাৰপীঠে কয় যে ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থা “ৰামৰ ভৰসা”ৰ ওপৰত ওপৰনিৰ্ভশীল।

উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত মীৰাটৰ এখন চিকিৎসালয়ক ক’ভিডত আক্ৰান্ত সন্তোষ কুমাৰ (৬৪) নামৰ এজন লোকক ভৰ্তি কৰোৱা হৈছিল।

কিন্তু আইচলেচনত থকা অৱস্থাতে ২২ এপ্ৰিলৰ দিনা চিকিৎসালয়খনৰ বাথৰুমত লোকজন হঠাতে অচেতন হৈ পৰি ৰয়।

তেওঁক সুস্থ কৰি তুলিবলৈ চেষ্টা কৰাৰ পাছতো তেওঁ জ্ঞান ঘূৰি নাহিল আৰু মৃত্যুক আঁকোৱালি লয়।

অনুসন্ধানত উলোৱা তথ্যমতে, চিকিৎসালয়ৰ কৰ্মীসকলে সন্তোষ কুমাৰক চিনাক্ত কৰিব নোৱাৰিলে।

সেয়ে লোকজনৰ মৃতদেহটো এটা বেগত ভৰাই পেলাই দিয়া হ’ল।

এই চাঞ্চল্যকৰ ঘটনাটোৰ বিষয়ে উল্লেখ কৰি ন্যায়ালয়ে কয় যে যদি মীৰাটৰ দৰে মহানগৰৰ চিকিৎসা মহাবিদ্যালয়তে এনেধৰণৰ ঘটনা সংঘটিত হয়, তেনেহ’লে ৰাজ্যখনৰ সৰু চহৰ আৰু গাঁওসমূহৰ চিকিৎসা ব্যৱস্থা “ৰামৰ ভৰসা”ত চলি আছে।

ন্যায়ালয়ে যোগী আদিত্যনাথ চৰকাৰক আহ্বান জনাইছে যে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁঠনি উন্নত কৰাৰ ব্যৱস্থা লওক।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd