• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাত আক্ৰান্ত ৰাম জনমভূমি ন্যাসৰ অধ্যক্ষ : ৫ আগষ্টত প্ৰধানমন্ত্ৰীৰ সৈতে উপৱিষ্ট আছিল মঞ্চত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 13, 2020 2:01 pm

1 min read

20200813a1247174932_Ram-Janmabhoomi-trust-head-who-shared-stage-with-PM-Modi_SECVPF
491
VIEWS
Share on FacebookShare on Twitter

অযোধ্যাৰ ৰাম জনমভূমি ন্যাসৰ অধ্যক্ষ মহান্ত নৃত্য গোপাল দাস ক’ৰ’নাত আক্ৰান্ত হৈছে।

যোৱা ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাস কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একেখন মঞ্চতে উপৱিষ্ট আছিল অধ্যক্ষ গোপাল দাস।

উক্ত কাৰ্যসূচীৰ মঞ্চত মাত্ৰ পাঁচজন বিশিষ্ট ব্যক্তিহে উপস্থিত আছিল।

তেওঁলোক আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল, মু্খ্যমন্ত্ৰী যোগী আদিত্যনাথ, আৰ এছ এছৰ প্ৰধান ৰাম ভাগৱত আৰু ৰাম জনমভূমি ন্যাসৰ অধ্যক্ষ মহান্ত নৃত্য গোপাল দাস।

বৰ্তমান গোপাল দাস মথুৰাত আছে বুলি জানিব পৰা গৈছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গোপাল দাসক মেদান্ত হাস্পতালত ভৰ্তি কৰোৱাবলৈ নিৰ্দেশ দিছে।

“মহাৰাজ জী জ্বৰত ভুগি থকা বুলি আমি খবৰ পাইছিলো, আমি তেওঁৰ চিকিৎসাৰ বাবে চিকিৎসক প্ৰেৰণ কৰিছিলো। তেওঁৰ জ্বৰ স্বাভাৱিক যদিও শ্বাস-প্ৰশ্বাসত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল। এণ্টিজেন টেষ্ট কৰাৰ পিছত তেওঁৰ শৰীৰত কোভিড পজিটিভ পোৱা গৈছে।” মথুৰা জিলা দণ্ডাধীশ সৌৰ্ভাগ্য ৰাম মিশ্ৰই সংবাদিকৰ আগত কয়।

উল্লেখ্য যে, ভূমি পূজনৰ আগদিনা পূজাৰী প্ৰদীপ দাসসহ নিৰ্মীয়মান ৰাম মন্দিৰৰ নিৰাপত্তাৰ দায়িত্বত থকা ১৪ গৰাকী আৰক্ষীৰ শৰীৰত কোভিড১৯ ধৰা পৰিছিল।

Recent News

IMG-20210115-WA0005

নগাঁৱত বনকৰ্মী মহেশ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন

a doctor

ৰাজ্যৰ ১২ গৰাকী জ্যেষ্ঠ চিকিৎসকে সৰ্বপ্ৰথমে গ্ৰহণ কৰিব কোভিডৰ ভেকচিন

FB_IMG_1610717632176

বিশিষ্ট সাহিত্যিক সু- লেখিকা বীণা শৰ্মাৰ মৃত্যু, শোক স্তব্ধ নগাঁও

a gana

ভাৰতীয় গণনাট্য সংঘৰ জ্যোতি-স্মৰণ আৰু গণশিল্পী হেমাঙ্গ বিশ্বাস বঁটা প্ৰদান অনুষ্ঠান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd