• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অভিলেখ: বিশ্বৰ আটাইতকৈ সৰ্বাধিক দৰ্শকে চোৱা শ্ব’ হৈছে ৰামায়ন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2020 12:57 pm
Story-1-1140x570

ধাৰাবাহিক ৰামায়নৰ এটি দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দূৰদৰ্শনত পুনৰ সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ভাৰতীয় পৌৰাণিক কাহিনীৰে আশীৰ দশকৰ ধাৰাবাহিক ৰামায়ন যোৱা ১৬ এপ্ৰিলত ৭.৭কোটি দৰ্শকৰ সৈতে বিশ্বৰ আটাইতকৈ সৰ্বাধিক লোকে চোৱা শ্ব’ হিচাপে পৰিগণিত হৈছে।

ডি ডি নেশ্যনেলে বৃহস্পতিবাৰে ইয়াৰ টুইটাৰত এই তথ্য সদৰী কৰে।

Apply Now

‘’বিশ্ব অভিলেখ!! দূৰদৰ্শনত ৰামায়নৰ পুনৰ সম্প্ৰচাৰে বিশ্বজুৰি থকা দৰ্শকৰ অভিলেখ ভংগ কৰিছে, শ্ব’টো যোৱা ১৬ এপ্ৰিলত বিশ্বৰ ৭.৭কোটি দৰ্শকেৰে আটাইতকৈ সৰ্বাধিক লোকে চোৱা মনোৰঞ্জনমূলক শ্ব’ হিচাপে পৰিগণিত হৈছে,’’- ডি ডি নেশ্যনেলৰ টুইটটোত কোৱা হৈছে।

যোৱা ২৮ মাৰ্চৰ পৰা ৰাইজৰ দাবীত ৰামানন্দ সাগৰৰ ৰামায়নৰ পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰা হৈছিল আৰু পুৱা ৯বজাত আৰু নিশা ৯বজাত প্ৰতিদিনে দুটাকৈ এঘন্টীয়া খণ্ড ডি ডি নেশ্যনেল যোগে সম্প্ৰচাৰ কৰা হৈছে।

উল্লেখ্য যে যেতিয়া প্ৰথমবাৰ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ কৰা হৈছিল তেতিয়াও ধাৰাবাহিকখনে জনপ্ৰিয়তাৰ সকলো অভিলেখ ভংগ কৰিছিল আৰু শ্ব’টোৱে পুনৰ এইবাৰ তাৰ পুনৰাবৃত্তি ঘটাইছে।

মহাকাব্যিক পৌৰাণিক ধাৰাবাহিকখন প্ৰথমবাৰ ১৯৮৭চনৰ ২৫ জানুৱাৰিৰ পৰা প্ৰতি দেওবাৰে পুৱা ৯-৩০বজাত সম্প্ৰচাৰ কৰা হৈছিল আৰু ১৯৮৮চনৰ ৩১ জুলাইলৈকে চলিছিল। ধাৰাবাহিকখন ২০০৩চনৰ জুনলৈকে লিমকা বুক অফ ৰেকৰ্ডছত বিশ্বৰ আটাইতকৈ বেছি দৰ্শকে উপভোগ কৰা পৌৰাণিক কাহিনীৰ ধাৰাবাহিক হিচাপে অবিলেখ গঢ়িছিল।

কৰ’না ভাইৰাছৰ বাবে কেন্দ্ৰ ঘোষণা কৰা ৰাষ্ট্ৰজোৰা লকডাউনৰ পাছত নাগৰিকসকলে পুনৰ সম্প্ৰচাৰৰ বাবে অনুৰোধ কৰা ৰামানন্দ সাগৰৰ ৰামায়ন আৰু বি আৰ চোপ্ৰাৰ মহাভাৰত, এই পুৰণি টিভি ধাৰাবাহিকবোৰ জনসাধাৰণৰ মনোৰঞ্জনৰ ভাল আকৰ্ষণ হ’ব বুলি দাবী কৰা হৈছে।

দূৰদৰ্শনৰ চেনেলত পুৰণি ধাৰাবাহিক প্ৰদৰ্শনৰ ফলত ই লকডাউনৰ সময়ত একেৰাহে দুটা সপ্তাহ আটাইতকৈ বেছি দৰ্শকে চোৱা চেনেল হিচাপে পৰিগণিত হৈছে।

দূৰদৰ্শনে যোৱা ২৮ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈকে দূৰদৰ্শনে ১.৫ বিলিয়ন দৰ্শক আৰু ৪ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে ১.৯বিলিয়ন দৰ্শক লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd