• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এয়া কি, ইমান শীৰ্ণ চেহেৰা! ৰনদীপ হুদাই শ্বেয়াৰ কৰা ছবিক লৈ অনুৰাগীসকলৰ মাজত উন্মাদনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2024 9:39 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বীৰ সাৱৰকাৰ ছবিক লৈ ব্যস্ত অভিনেতা ৰনদীপ হুদা। ছবিখন মুক্তি পাবলৈ মাত্ৰ কেইটামান দিন বাকী। তাৰমাজতে ৰনদীপ হুদাই তেওঁৰ ছবি শ্বেয়াৰ কৰি অনুগামীসকলক মুগ্ধ কৰি তুলিছে। অভিনেতাজনে ছ’চিয়েল মিডিয়াত নিজৰ এখন ছবি পোষ্ট কৰে। য’ত তেওঁ চিনেমাখনৰ বাবে তেওঁৰ শৰীৰ পৰিৱৰ্তন কৰাৰ কথা প্ৰকাশ কৰে।

ছ’চিয়েল মিডিয়াত তেওঁ শ্বেয়াৰ কৰে এখন একৰঙী মিৰ’ৰ চেলফি। য’ত তেওঁৰ ক্ষীণ ছবিখন দেখা যায়। বিনায়ক দামোদৰ সাৱৰকাৰৰ চৰিত্ৰত অভিনয় কৰিছে ৰনদীপ হুডাই। ছবিখনত তেওঁৰ শীৰ্ণ ছবিখন দেখা গৈছে। ক’লা ৰঙৰ শৰ্টছ পিন্ধিছে। ছবিখন শ্বেয়াৰ কৰি ৰনদীপ হুদাই লিখিছে ‘কালা পানী’, বহুতে ছবিখন শ্বুটিংৰ সময়ত তোলা হৈছিল বুলি ধাৰণা কৰে।

ছবিখনৰ বাবে ৰনদীপ হুডাই প্ৰায় ৩০ কেজি ওজন কমাইছে। সাৱৰকাৰৰ নাতি ৰঞ্জিত সাৱৰকাৰে সংবাদ মাধ্যমত এই কথা সদৰী কৰিছে। লগতে অভিনেতা গৰাকীৰ কঠোৰ পৰিশ্ৰমৰো শলাগ লয়।

Apply Now

লগতে পঢ়কঃ চাইবাৰ আক্ৰমণৰ সন্মুখীন সকলো ভাৰতীয় বেংক! ৰিজাৰ্ভ বেংকৰ সতৰ্কবাণীত আশংকা প্ৰকাশ

তেওঁ কয়, ‘ৰনদীপ হুদাৰ লগত কেইবাবাৰো আলোচনা কৰিছো। ইমান কষ্টৰে এই ছবিখন নিৰ্মাণ কৰিবলৈ তেওঁ ৩০ কেজি ওজন কমাইছে। চলচ্চিত্ৰ হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে ইতিহাসক নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পৰা যায়। তেওঁ  আন বিপ্লৱীসকলৰ ওপৰত আৰু ছবি নিৰ্মাণ কৰিব বুলি আশা কৰিছো।’

অহা ২২ মাৰ্চত মুক্তি পাব ছবিখন। চলিত মাহৰ আৰম্ভণিতে মুক্তি লাভ কৰিছিল ছবিখনৰ ট্ৰেইলাৰ। তেতিয়াই উৎসাহীসকলে যথেষ্ট উন্মাদনা প্ৰকাশ কৰিছিল। ছবিখনৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰা ৰনদীপ হুডাই লিখিছে, ‘ইংৰাজে তেওঁক আটাইতকৈ বিপজ্জনক মানুহ বুলি অভিহিত কৰিছিল। ভাৰতীয় বিপ্লৱীসকলে তেওঁক বীৰ হিচাপে শ্ৰদ্ধা কৰিছিল। তথাপিও তেওঁক বঞ্চিত কৰা হৈছিল, অসন্মান কৰা হৈছিল, স্বীকৃতিহীন কৰা হৈছিল।’

KAALA PAANI#SwatantryaVeerSavarkar #WhoKilledHisStory#VeerSavarkarOn22March#BTS #behindthescenes #VeerSavarkar #Savarkar pic.twitter.com/n3VfjWmrFF

— Randeep Hooda (@RandeepHooda) March 18, 2024

স্বতন্ত্ৰ বীৰ সাৱৰকাৰ পৰিচালনা কৰিছে ৰনদীপ হুডাই। ৰণদ্বীপ আৰু অংকিতা লোখাণ্ডেৰ উপৰিও ছবিখনত অভিনয় কৰিছে অমিত শ্বীলে। প্ৰযোজক জি ষ্টুডিঅ’, আনন্দ পণ্ডিত, সন্দীপ সিং আৰু যোগেশ ৰাহৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd