DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাওঁ-কাৰ্বিআংলং সীমান্তত উৎকৃষ্ট মানৰ মাণিক-আকৰিকৰ সন্ধান ভূ-তত্ত্ব আৰু খনি সঞ্চালকালয়ৰ

ভাৰ্গব হাজৰিকা by ভাৰ্গব হাজৰিকা
March 10, 2019 11:07 am
201
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ কঠিয়াতলিৰ পৰা শালনা পৰ্য্যন্ত বৃহত্তৰ সীমামুৰীয়া অঞ্চলটোত বিগত দুটা বছৰৰো অধিক সময় গৱেষণাৰ কৰি থকা ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান পাইছে বহু কেইবিধ মুল্যবান মাণিক আৰু আকৰিকৰ।

বিগত প্ৰায় ডেৰ মাহৰ ধাৰাবাহিক অনুসন্ধান আৰু গৱেষণাৰ অন্তত চৰকাৰী ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাৰ মতে নগাওঁ জিলাৰ চাপানালাৰ সমীপৱৰ্তী জিয়াজুৰি পাহাৰৰ লগতে বৰজুৰি পাহাৰত আছে উৎকৃষ্ট মানৰ চিলিকা, চিলিমিনাইট আৰু গ্ৰেনাইট আদি কেইবাবিধো উৎকৃষ্ট সম্পদ। অৱশ্যে পৰৱৰ্তী সময়ত গুৱাহাটীস্থিত বিভাগীয় উন্নত পৰীক্ষাগাৰত হ’বলগীয়া পৰীক্ষা-নিৰীক্ষাৰ পিছতহে ক’ব পৰা যাব অঞ্চল কেইটাত প্ৰকৃততে কিমান পৰিমাণৰ সম্পদ সম্প্ৰতি মজুত আছে।

লগতে তেওঁ কয় যে পৰীক্ষা-নিৰীক্ষাৰ অন্তত দলটোৱে সন্ধান পোৱা মাণিকৰ অৱস্থিতিৰ পৰিমাণ যদি অধিক হয় তেতিয়া হ’লে দেশৰ ভিতৰতে এইসমূহ মূল্যৱান সম্পদ পোৱা একমাত্ৰ ঠাই হৈ পৰিব পাৰে অসম।

উল্লেখ্যযোগ্য যে নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী এই বৃহত্তৰ অঞ্চলটোত থকা একাধিক শিলৰ কোৱাৰিক লৈ যথেষ্ট চিন্তিত চৰকাৰী গৱেষণাকাৰী দলটো। পৰৱৰ্তী সময়ত চৰকাৰী অনুমতি পালে এই সমূহ শিলৰ কোৱাৰি আৰু শিল ভঙা সৰু-বৰ মেচিনৰ সন্দৰ্ভত বিশেষভাৱে তথ্য সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰিব পৰা যাব পাৰিব বুলি উল্লেখ কৰিছে ভু-তত্ত্ববিদ মুন চন্দ্ৰ ডেকাই।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd