DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণ; কেনেকৈ চাব, কি নকৰিব, নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰই

এন ই নাও নিউজ by এন ই নাও নিউজ
June 21, 2020 8:07 am
Solar-Eclipse

বলয়গ্ৰাস সূৰ্যগ্ৰহণৰ ফাইল ছবি।

1.8k
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে হ’ব লগীয়া বিৰল বলয়গ্ৰাস সূৰ্যগ্ৰহণক লৈ বিভিন্ন মহলত চলিছে সৰৱ চৰ্চা। ছচিয়েল মিডিয়াতো এই সূৰ্যগ্ৰহণৰ প্ৰসংগই বিশেষ আলোচনাৰ স্থান পাইছে।

এই সূৰ্যগ্ৰহম চোৱাৰ পূৰ্বে কেন্দ্ৰই জনসাধাৰণৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে।

সূৰ্যগ্ৰহণ কেনেকৈ চাব, কোনটো দিশ উপেক্ষা কৰিব আদি বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই নাগৰিকসকলৰ বাবে নিৰ্দেশনা জাৰি কৰিছে।

এইবাৰ সূৰ্যগ্ৰহণত চন্দ্ৰই সূৰ্যক লাহে লাহে ঢাকি ধৰিব। সম্পূৰ্ণ অন্ধাকাৰ হোৱাৰ বিপৰীতে জুইৰ আঙুঠি বা ৰিং অফ ফায়াৰৰ সৃষ্টি হ’ব।

পুৱা ৯বাজি ১৫ মিনিটৰ পৰা আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ’ব। বিয়লি ৩বাজি ৪মিনিটত গ্ৰহণৰ সমাপ্তি ঘটিব।

পুৱা ৯বাজি ৫৮মিনিটত গুজৰাটৰ ভুজৰ পৰা ভাৰতত প্ৰথম সূৰ্যগ্ৰহণটো দেখা যাব। তদুপৰি, ইয়াৰ লগে লগে হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰাখণ্ডৰ কিছু অংশত গ্ৰহণ দৃশ্যমান হ’ব।

অসমত এই সূৰ্যগ্ৰহণ দেখা পোৱাৰ কোনো সম্ভাৱনা নাই।

সূৰ্যগ্ৰহণৰ সময়ছোৱাত কি কৰিব?

নিৰ্দেশনা অনুসৰি, সূৰ্যক নিৰীক্ষণ কৰিবলৈ বিশেষ গগলছ বা ছানগ্লাছ ব্যৱহাৰ কৰিব।

সূৰ্যগ্ৰহণৰ সময়ত ওচৰে পাজৰে থকা বননি বা গছৰ ছায়াত দৃষ্টি ৰাখক। মাটিৰ ওপৰত পৰা গ্ৰহণৰ বিভিন্ন আকৃতি সেই ছায়াত বিচাৰি পাব।

কিন্তু সূৰ্যগ্ৰহণৰ সময়ছোৱাত কি নকৰিব?

ভুলতেও খালী চকুৰে সূৰ্যৰ পিনে নাচাব। ইয়াৰ ফলত চকুৰ মাৰাত্মক ক্ষতি হ’ব পাৰে। আনকি অন্ধত্বপ্ৰাপ্তি পৰ্যন্ত হ’ব পাৰে।

সাধাৰম গগলছ বা ছানগ্লাছ পৰিধান কৰি চোৱাৰ পৰা বিৰত থাকক।

এক্সৰে প্লেট বা অস্বচ্ছ গ্লাছৰ জৰিয়তে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিবলৈ মানা কৰা হৈছে।

সেইদৰে, পানীৰ মাজত সূৰ্যগ্ৰহণৰ প্ৰতিবিম্ব নাচাবলৈকো কোৱা হৈছে।

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd