DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শৰতৰ ৰাতি অতি বিতোপন… বিশ্বনাথ ঘাটৰ নতুন গাঁৱত চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

কাজী জেইদুল ইছলাম,বিশ্বনাথ by কাজী জেইদুল ইছলাম,বিশ্বনাথ
November 13, 2021 4:07 pm
125
VIEWS
Share on FacebookShare on Twitter

শৰতৰ আগমনৰ লগে লগে মন প্ৰাণ উদ্ভাষিত হৈ উঠে সকলোৰে৷কিয়নো, শৰতৰ লগে লগে আহে ৰাস পূৰ্ণিমা!

ভগৱান শ্ৰীকৃষ্ণৰ কেলি-গোপাল তথা ৰাসক্ৰীড়াক ৰাস পূৰ্ণিমা হিচাপে উদযাপন কৰি আহিছে ৰাজ্যবাসীয়ে ৷

ৰাস পূৰ্ণিমা অহাৰ লগে লগে ৰাস মহোৎসৱ উদযাপন কৰিবলৈ সমগ্ৰ ৰাজ্যবাসী সাজু হৈ পৰিছে ৷

ৰাইজ পিছ পৰি ৰোৱা নাই বিশ্বনাথতো ৷

বিশ্বনাথতো চলিছে কেইবাখনো ৰাসৰ আয়োজনৰ প্ৰস্তুতি ঐতিহাসিক গুপ্তকাশী বিশ্বনাথ ঘাটতো ৰাসৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে স্থানীয় ৰাইজ ৷

বিশ্বনাথ ঘাটৰ নতুন গাঁৱত চলিছে ৰাস মহোৎসৱৰ পূৰ্ণ প্ৰস্তুতি ৷

শিশুৰ পৰা আৱাল-বৃদ্ধ বনিতালৈকে সকলো ওলাই আহিছে ৰাসৰ আখৰা থলীলৈ ৷পূৰ্ণোদ্যমে চলিছে ৰাসৰ আখৰা ৷

ক’ভিড প্ৰটকল প্ৰতি লক্ষ্য ৰাখি অহা ২০-২১ নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সীমিত নৃত্য-নাটিকাৰে অনুষ্ঠিত হ’ব এই ৰাস ভাগ ৷

উক্ত ৰাসভাগত সকলোৰে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰে আয়োজক কমিটিয়ে ৷

Recent News

Jasprit Bumrah

অদমনীয় বুমৰাহ! ভংগ কৰিলে কিংবদন্তী ব্ৰায়ান লাৰাৰ নামত থকা বিশ্ব ৰেকৰ্ড

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

মাতৃভূমিৰ পৰা বহু নিলগৰ চেন্নাইত পঞ্চভূতত বিলীন হ’ল অভিনেতা কিশোৰ দাসৰ নশ্বৰ দেহ

Assam Career

Assam Career : ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানত বিভিন্ন পদ খালী, কিদৰে কৰিূব আবেদন?

Assam Career

Assam Career : ভট্টদেৱ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ কুৰিটা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd