• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক’ভিডৰ বাবে মহাৰাসৰ পৰিৱৰ্তে পুৰণিগুদামত অনুষ্টুপীয়াকৈ প্ৰদৰ্শন মহাপুৰুষীয়া অংকীয়া নাট

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
December 2, 2020 1:00 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস উৎসৱক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত অব্যাহত আছে পাৰ ভঙা উচাহ-উদ্দীপনা।

শেহতীয়াকৈ ৰাজ্যত ক’ৰ’নাৰ সংক্ৰমণ কিছু পৰিমাণে শাম কাটিছে যদিও চৰকাৰী নীতি-নিৰ্দেশনা ৰক্ষা কৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত শ্ৰীশ্ৰীকৃষ্ণৰ মহাৰাস উদযাপন কৰা হৈছে।

Apply Now

সেয়ে এইবছৰ পৰম্পৰা ৰক্ষা কৰি কেৱল মাত্ৰ অনুষ্টুপীয়াকৈ এখন ভাওনা প্ৰদৰ্শন কৰিয়েই সমাৰি থৈছে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ গুণানুকীৰ্তনৰ পৌৰাণিক ৰীতি।

সমান্তৰাল ভাৱে নগাঁও জিলাৰ পুৰণিগুদামত একাংশ শিশুৰ সহযোগত এইবছৰ ৰাসৰ বিপৰীতে প্ৰশাসনৰ অনুমতি লৈ অনুষ্টুপীয়াকৈ প্ৰদৰ্শন কৰিলে এখনি মহাপুৰুষীয়া অংকীয়া ভাওনা।

পুৰণিগুদামৰ বৰপানীগাঁওস্থিত ৰংদাইচুকৰ বৰনামঘত নিশা অনুষ্টুপীয়াকৈ প্ৰদৰ্শিত “পাৰিজাত হৰণ” নামৰ নাটক খনৰ সমূহ চৰিত্ৰতে নিখুটভাৱে অভিনয় কৰিছিল বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩০ গৰাকীকৈ শিশুয়ে।

বিগত প্ৰায় ২-৩ মাহ ধৰি সম্পূৰ্ণ চৰকাৰী ক’ভিড প্ৰট’কল ৰক্ষা কৰি এই শিশুসকলক নিজৰ ঘৰতে প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল শংকৰী কলা-সংস্কৃতিৰ সাধক বাপ অনিত্য ভূঞায়ে।

লক্ষণীয় কথাটো হ’ল যে, তাৰে মাজত আছিল বহু কেইজন কাৰ্বি সম্প্ৰদায়ৰো শিশু। যাক কেন্দ্ৰ কৰি মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৬-৩০ বজাৰ পৰা আৰম্ভ নাট খন নিশা যৱণিকা পৰা পৰ্য্যন্ত অত্যাধিক উৎকণ্ঠাৰে উপভোগ কৰিছিল সমবেত বহু সংখ্যক স্থানীয় ৰাইজে।

উল্লেখ্য যে, গাওঁখনত প্ৰতি বছৰে পৰম্পৰাগত ভাৱে শ্ৰীশ্ৰীকৃষ্ণৰ মহাৰাস উৎসৱ উদযাপন কৰি আহিছিল যদিও এই বছৰ ক’ৰ’নাৰ মহাসংক্ৰমণৰ বাবেই এদৰে অনুষ্টুপীয়াকৈ আয়োজন কৰে।

ভৱিষ্যতৰ দিনবোৰতো গৌৰৱ উজ্জ্বল অসমীয়া জাতিৰ যাউতিযুগীয়া কৃষ্টি-সংস্কৃতি, শান্তি-সমৃদ্ধি-ভাতৃত্ববোধ অটুট ৰখাৰ মানসেৰে মহাপ্ৰভু শ্ৰীকৃষ্ণৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে বৃহত্তৰ অঞ্চলটোৰ নৱপ্ৰজন্মক এখোজ আগবঢ়াই নিয়াৰ বাবে এইয়া অতি প্ৰয়োজনীয় আৰু এক নিৰন্তৰ প্ৰক্ৰিয়াৰ এটি মাত্ৰ ক্ষুদ্ৰ প্ৰয়াসহে বুলি সংবাদ মাধ্যমৰ সন্মুখত জানিবলৈ দিয়ে অনুষ্ঠানটিৰ গুৰিধৰোতা জ্যেষ্ঠ ভকত বাপ সকলে।

ভাৰ্গৱ হাজৰিকা

ভাৰ্গৱ হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd