• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপত পৰাজয়ৰ পাছতো তৃতীয় বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিৰ্বাচিত ৰবি শাস্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
August 16, 2019 7:45 pm
RAVISHASTRI

ৰবি শাস্ত্ৰী। উৎস-ইণ্টাৰনেট

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্রেলিয়াত ২০২০ চনত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপলৈ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰবি শাস্ত্ৰীকে পুনৰবাৰ দায়িত্বভাৰ অৰ্পন কৰা হৈছে।

মুম্বাইত থকা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্য্যালয়ত আজি  কপিল দেৱ নেতৃত্বাধীন ক্ৰিকেট পৰামৰ্শদাতা সমিতিয়ে প্ৰশিক্ষক পদৰ বাবে বাচনি কৰি উলিওৱা ছয়গৰাকী প্ৰাৰ্থীৰ সাক্ষাৎকাৰ গ্ৰহণ কৰে।

Apply Now

সাক্ষাৎকাৰৰ অন্তত হোৱা প্ৰায় তিনি ঘণ্টাযোৰা বৈঠকত কপিল দেৱ, অংশুমান গাইকোৱাড় আৰু শান্তা ৰংগস্বামীয়ে ৰবি শাস্ত্ৰীকে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে যোগ্য বিবেচনা কৰে।

ভাৰতীয় দলৰ নৱ নিৰ্বাচিত প্ৰশিক্ষকৰ নাম ঘোষণাৰ বাবে অনুষ্ঠিত কৰা সংবাদমেলত কপিল দেৱে অভিজ্ঞতা, ক্ৰিকেটৰ জ্ঞান, জনসংযোগ আদি বিষয়বস্তৰ আধাৰত ৰবি শাস্ত্ৰীক আন প্ৰাৰ্থীকেইগৰাকীৰ তুলনাত আগস্থান দিয়ে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনহাতে, প্ৰশিক্ষকৰ দৌৰত ৰবি শাস্ত্ৰীয়ে নিউজিলেণ্ডৰ মাইক হেছেন আৰু অষ্ট্ৰেলিয়াৰ টম মুদীৰ পৰা তীব্ৰ প্ৰত্যাহবান লাভ কৰে বুলিও কপিল দেৱে কয়।

উল্লেখযোগ্য যে, ৰবি শাস্ত্ৰীৰ দৰমহা কিমান হ’ব আৰু তেওঁৰ সন্মুখত কি কি প্ৰত্যাহবান থাকিব আদি বিষয় সম্পৰ্কত ক্ৰিকেট পৰামৰ্শদাতা সমিতি জ্ঞাত নহয় বুলি মন্তব্য কৰি কপিল দেৱে সেয়া বি চি চি আইৰ বিষয় বুলি কয়।

২০১৭ চনৰ জুলাই মাহত দ্বিতীয়বাৰৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হোৱা ৰবি শাস্ত্ৰীয়ে আজি তৃতীয় বাৰৰ বাবে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লাভ কৰে।

শাস্ত্ৰীৰ প্ৰশিক্ষণত ভাৰতীয় ক্ৰিকেট দলে ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হোৱা ২০১৯ বিশ্বকাপত ছেমিফাইনেলত পৰাজিত হয়। এতিয়া একেগৰাকী প্ৰশিক্ষক আৰু অধিনায়কৰ নেতৃত্বত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া ২০২০ চনৰ টি-২০ বিশ্বকাপত ভাৰতীয় দলে কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষ্যণীয় হ’ব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd