• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নায়ক ‘বিধ্বংসী’ জাডেজা! আৰ চি বিৰ বিৰুদ্ধে এক অ’ভাৰত ৩৭ৰাণ কৰি স্পৰ্শ কৰিলে ৰেকৰ্ড

এন ই নাও নিউজ by এন ই নাও নিউজ
April 26, 2021 9:50 am
Ravindra Jadeja
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰৰ দিনটো আছিল ৰবীন্দ্ৰ জাডেজাৰ বাবে এটা ‘গিফ্ট ডে’। মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত চলিত আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ দুৰ্দান্ত বলিং কৰা হৰ্ষল পেটেলৰ এটা অভাৰত ৩৭ৰাণ কোবায় জাডেজাই।

চেন্নাই ছুপাৰ কিংছৰ বাওঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে এইদৰে আইপিএলত ক্ৰিছ গেইলৰ এক অভাৰত কৰা ৩৭ৰাণৰ সৰ্বোচ্চ ৰেকৰ্ড স্পৰ্শ কৰে।

Apply Now

মেচখনত ডান ক্ৰিশ্চিয়ানে শূন্য ৰাণত জাডেজাৰ কেচ পেলাই দি একপ্ৰকাৰ ‘আৰচিবিৰ মূৰত কুঠাৰ মাৰে’।

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। চেন্নাইৰ ইনিংছৰ ১৯তম অভাৰত ৰাণ হৈছিল ৪টা উইকেটৰ বিনিময়ত ১৫৪ৰাণ। ক্ৰিজত আছিল ধোনী আৰু জাডেজা।

সকলোৱে ভাৱিছিল শেষ অভাৰত আৰু হয়তো খুব বেছি ১৫-২০ৰাণ আহিব। কিয়নো হৰ্ষল পেটেলে ইয়াৰ আগেয়ে ৩ অভাৰত মাত্ৰ ১৪ৰাণ দি ৩টা উইকেটো লৈছিল।

কিন্তু জাডেজাৰ মনত আছিল আন এক প্লেন। প্ৰথম চাৰিটা বলতেই ছয় মাৰে জাডেজাই। ইয়াৰ মাজত তৃতীয় বলটো আছিল নো বল। গতিকেই ফ্ৰী-হিটৰ সুযোগ পায়। সেই বলটোত আশা কৰা মতেই ছয় কোবায় জাডেজাই।

ইয়াৰ পাছৰ বলটোত ছয় মাৰিব নোৱাৰিলে জাডেজাই। মাত্ৰ দুই ৰাণ লয়। তাৰ পাছৰ বলটো অলপৰ বাবে ছয় নহ’ল যদিও চাৰি আহে।

এইদৰে হৰ্ষলৰ শেষ অভাৰটোত মুঠ ৩৭ৰাণ কৰে জাডেজাই। পলকতে চেন্নাইৰ স্ক’ৰ ১৫৪ৰ পৰা গৈ হয়গৈ ১৯১। জাডেজাই ২৮টা বলত ৬২ৰাণ কৰি অপৰাজিত হৈ ৰয়।

তদুপৰি,  খেলখনত ৰবীন্দ্ৰ জাডেজাই বলিঙত ১৩ৰাণৰ বিনিময়ত ৩টা উইকেটো দখল কৰে।

ইয়াৰ পাছতে আইপিএলৰ অ’ফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা জাডেজাৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ কথা জনাই টুইট কৰা হয়। সকলোৱে জাডেজাৰ বেটিঙৰ প্ৰশংসা কৰে।

6, 6, 6+Nb, 6, 2, 6, 4@imjadeja has hammered Harshal Patel for 36 runs. A joint record for most runs scored by a batsman in 1 over of #VIVOIPL ever! pic.twitter.com/1nmwp9uKc0

— IndianPremierLeague (@IPL) April 25, 2021

ইয়াৰ পূৰ্বে আৰচিবিৰ হৈ ক্ৰিছ গেইলে ২০১১চনৰ টুৰ্ণামেন্টত সেই সময়ৰ কোচি টাস্কাৰ্ছৰ বলাৰ পৰমেশ্বৰণৰ এক অভাৰত ৩৭ৰাণ কৰিছিল।

অৱশ্যে, টী-২০ৰ এক অভাৰত সৰ্বোচ্চ ৰাণৰ ৰেকৰ্ড এতিয়াও নিউজিলেণ্ডৰ স্কট ষ্টাইৰিছৰ দখলতে আছে। ছাছেক্সৰ হৈ এক অভাৰত ষ্টাইৰিছে ৩৮ৰাণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

October 26, 2026 6:19 pm
পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

October 26, 2026 9:21 pm
বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

October 26, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd